India Bangladesh tension । বাংলাদেশত থকা ভাৰতীয় কৰ্মচাৰীৰ পৰিয়ালক ঘৰলৈ উভতিবলৈ পৰামৰ্শ নতুন দিল্লীৰ
ভাৰতীয় উচ্চায়ুক্ত আৰু বাংলাদেশৰ অন্যান্য কেন্দ্ৰৰ (India Bangladesh) কৰ্মচাৰীৰ পৰিয়ালক দেশলৈ পঠিয়াবলৈ পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰে। সূত্ৰৰ উদ্ধৃতি দি এই ...







