PMAY-Gramin I “প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ” ৰ সৈতে জড়িত ৩.৮ লাখ হিতাধিকাৰীক পুঁজি প্ৰদান কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেঃ
আজি গুৱাহাটীৰ (Guwahati) পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ (Srimanta Sankardev Kalakshetra) আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet ...







