Tripura panchayat elections I ত্ৰিপুৰা পঞ্চায়ত নিৰ্বাচনত ৭১ শতাংশ আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ জয়লাভ
ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনত (Tripura panchayat Election) শাসকীয় দল বিজেপিয়ে ভোট নিদিয়াকৈ ৭১ শতাংশ আসন লাভ কৰিলে। অহা ৮ আগষ্টত ত্ৰিপুৰাত ...







