AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ে (AMCH controversy) স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জাৰি কৰা গাইডলাইনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। মহাবিদ্যালয়খনৰ বিভাগীয় মুৰব্বী প্ৰশান্ত ...






