ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

Staff Reporter by Staff Reporter
November 19, 2026
Reading Time: 1 min read
A A
0
Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

RELATED POSTS

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

Sonia Gandhi memoir I বিয়াৰ প্ৰথম বছৰত শাহুৱেকৰ ভয়ত থৰ থৰকৈ কঁপিছিল ছোনিয়া

Rahul Gandhi I আমেৰিকাৰ ভূমিত ভাৰতৰ নিবনুৱা সমস্যা, ভোট চুৰিৰ বিৰুদ্ধে সৰৱ ৰাহুল, বিজেপিৰ দেশবিৰোধী আখ্যা

New Logo Smal 1 | ASSAM TIMES POST

সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ (Akhilesh Yadav) ৰোডশ্ব’ত দুৰ্ঘটনা। এই দুৰ্ঘটনাত স্থানীয় বিজেপি নেতাৰ নাবালক পুত্ৰৰ বুলড’জাৰৰ খুন্দাত মৃত্যু হয়। উত্তৰ প্ৰদেশৰ গোৰখপুৰত বুধবাৰে সংঘটিত হয় এই ঘটনা। এই ঘটনাই ৰাজনৈতিক নেতাৰ ৰোডশ্ব’ বা ৰাজহুৱা সভাত ভিৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

Akhilesh Yadav I
অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু:

আৰক্ষীয়ে জনোৱা মতে, মৃত কিশোৰজনৰ নাম আৰ্যবৰ্ধন সিং। চৌৰীচৌৰাৰ ৰাজধানী গাঁৱৰ বাসিন্দা। তেওঁৰ পিতৃ স্থানীয় বিজেপি নেতা। বুধবাৰে কুণ্ডঘাট অঞ্চলত সমাজবাদী পাৰ্টীয়ে আয়োজন কৰিছিল এক সমদল। মৃত কিশোৰজনৰ পিতৃ অংকৰ সিঙে অভিযোগ কৰে যে পদযাত্ৰাৰ সময়ত ওপৰৰ পৰা ফুল ছটিয়াবলৈ বুলড’জাৰখন তালৈ নিয়া হৈছিল।

অখিলেশৰ কনভয় আগুৱাই যোৱাৰ লগে লগে বুলড’জাৰ চালকজনে গতি বৃদ্ধি কৰে আৰু সেই সময়তে আৰ্যবৰ্ধনক জোৰেৰে খুন্দা মাৰে। তেওঁ পথৰ ডিভাইডাৰত চিটিকি পৰে। তেওঁ মূৰত আঘাতপ্ৰাপ্ত হয়। উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। বুলড’জাৰ চালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় বিধায়ক শ্ৰৱণ নিশাদে বিজেপি নেতা আৰু তেওঁৰ পৰিয়ালটোক সাক্ষাৎ কৰি সকলোকে সম্ভৱপৰ সহযোগিতাৰ আশ্বাস দিয়ে। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তাপ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বিজেপিয়ে এই ঘটনাক সমাজবাদী পাৰ্টীৰ ‘গুণ্ডাগিৰি’ৰ সৈতে তুলনা কৰিছে। সাংবাদিকসকলে অখিলেশক এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰশ্ন কৰে।

সেই সময়ত তেওঁ কয় যে শিশুটিৰ মৃত্যুৰ ঘটনাৰ বিষয়ে তেওঁ একো নাজানে। অৱশ্যে ঘটনা সন্দৰ্ভত প্ৰশাসনৰ ব্যৱস্থাপনাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কথা আঙুলিয়াই দি অখিলেশে কয়, “এই ঘটনাৰ বিষয়ে মই একো নাজানো। প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে।” তেওঁ লগতে মন্তব্য কৰে, “বিজেপিৰ কৰ্মী আৰু সমৰ্থকক বিশ্বাস নকৰিব। তেওঁলোকে আপোনাকো ভুৱা গোচৰত ফচাব পাৰে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অখিলেশ যাদৱৰ ৰোডশ্ব'ত বুলড'জাৰৰখুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু
Share4Tweet3Send

Related Posts

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী
National-International

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

by Staff Reporter
November 18, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I বিয়াৰ প্ৰথম বছৰত শাহুৱেকৰ ভয়ত থৰ থৰকৈ কঁপিছিল ছোনিয়া

by News Desk
November 18, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I আমেৰিকাৰ ভূমিত ভাৰতৰ নিবনুৱা সমস্যা, ভোট চুৰিৰ বিৰুদ্ধে সৰৱ ৰাহুল, বিজেপিৰ দেশবিৰোধী আখ্যা

by News Desk
November 18, 2026
50
India Banglash relations I চিলেট সীমান্তত বিজিবিয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা বিএছএফৰ জোৱানক মুকলি
National-International

India Banglash relations I চিলেট সীমান্তত বিজিবিয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা বিএছএফৰ জোৱানক মুকলি

by News Desk
November 18, 2026
50
PM Modi Philipines visit I ফিলিপাইনছত তিনিটা দিনজোৰা অনুষ্ঠানত মোদী, ভাৰত-এছিয়ানৰ অংশীদাৰিত্ব আৰু সন্ত্ৰাসবাদবিৰোধী বাৰ্তা
National-International

PM Modi Philipines visit I ফিলিপাইনছত তিনিটা দিনজোৰা অনুষ্ঠানত মোদী, ভাৰত-এছিয়ানৰ অংশীদাৰিত্ব আৰু সন্ত্ৰাসবাদবিৰোধী বাৰ্তা

by News Desk
November 18, 2026
50
Three killed in police encounter : 
National-International

Laskar extremist encounter I কুলগামৰ মছজিদত আত্মগোপন কৰি থকা অৱস্থাত লস্কৰ সন্ত্ৰাসবাদী লতিফক এনকাউণ্টাৰ

by News Desk
November 18, 2026
50
ADVERTISEMENT
Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু
National-International

Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

November 19, 2026
50
Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী
National-International

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

November 18, 2026
50
Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা
Assam

Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

November 18, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I বিয়াৰ প্ৰথম বছৰত শাহুৱেকৰ ভয়ত থৰ থৰকৈ কঁপিছিল ছোনিয়া

November 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

November 19, 2026
Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

November 18, 2026
Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

November 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d