কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং
২০২৪ চনত কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছিল বিশ্বৰ সৰ্ববৃহৎ ‘ৰণপা খোজ’। ৭২১ গৰাকী ৰণপা শিল্পীৰ নিপুণ ...







