Zubeen Garg I ডিফুত কলা কেন্দ্ৰত ৰাজহুৱা ভাবে অশ্ৰুসিক্ত নয়নেৰে শিল্পী জুবিন গাৰ্গলৈ কেইবাশতাধিক অনুৰাগীৰ শ্ৰদ্ধাঞ্জলী
জুবিন গাৰ্গৰ কাৰ্বি পাহাৰৰ সৈতে আছিল এক নিবিড় সম্পৰ্ক। কাৰ্বি ভাষাত কেইবাটাও জনপ্ৰিয় গীত বাণীবদ্ধ কৰিছিল জুবিনে। জুবিনৰ অকাল বিয়োগত ...







