Golden Temple I পঞ্জাবৰ স্বৰ্ণ মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, গ্ৰেপ্তাৰ ছফ্টৱেৰ অভিযন্তা
পঞ্জাবৰ স্বৰ্ণ মন্দিৰত (Punjab Golden Temple) বিস্ফোৰণৰ ভাবুকি দিয়া এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰক গ্ৰেপ্তাৰ। শুকুৰবাৰে তেওঁক ফৰিদাবাদৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ...







