Indore couple case I পুনৰ পৰকীয়াৰ কৰুণ পৰিণতি ? হত্যাকাণ্ডৰ পিছত মধ্যপ্ৰদেশলৈ পলায়ন কৰা সোণমৰ ‘প্ৰেমিক’ ৰাজক গ্ৰেপ্তাৰ
মেঘালয়ত মধুচন্দ্ৰিকাৰ সময়ত হত্যাকাণ্ডৰ তদন্তত সোণম ৰঘুবংশীৰ তথাকথিত ‘প্ৰেমিক’কো গ্ৰেপ্তাৰ আৰক্ষীৰ। মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা ৰাজ সিং কুশৱাহাক গ্ৰেপ্তাৰ কৰা হৈছে ...






