ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indore couple case I পুনৰ পৰকীয়াৰ কৰুণ পৰিণতি ? হত্যাকাণ্ডৰ পিছত মধ্যপ্ৰদেশলৈ পলায়ন কৰা সোণমৰ ‘প্ৰেমিক’ ৰাজক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 9, 2025
Reading Time: 1 min read
A A
0
Tragic Turn in Meghalaya Honeymoon । Sonam Raghuvanshi Surrenders, 3 Arrested

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ

মেঘালয়ত মধুচন্দ্ৰিকাৰ সময়ত হত্যাকাণ্ডৰ তদন্তত সোণম ৰঘুবংশীৰ তথাকথিত ‘প্ৰেমিক’কো গ্ৰেপ্তাৰ আৰক্ষীৰ। মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা ৰাজ সিং কুশৱাহাক গ্ৰেপ্তাৰ কৰা হৈছে (Indore Couple Case)। দেওবাৰে নিশা ইন্দোৰত মেঘালয় আৰক্ষী আৰু মধ্যপ্ৰদেশ আৰক্ষীৰ এটা দলে যৌথ অভিযান চলাই কুশৱাহাক গ্ৰেপ্তাৰ কৰে।

Indore couple case I
হত্যাকাণ্ডৰ পিছত মধ্যপ্ৰদেশলৈ পলায়ন কৰা সোণমৰ ‘প্ৰেমিক’ ৰাজক গ্ৰেপ্তাৰ:

এই কথা সোমবাৰে বিয়লি মেঘালয়ৰ পূব খাচি জিলাৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে ঘোষণা কৰে। সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ গাজীপুৰ থানাত আত্মসমৰ্পণ কৰে সোণমে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। সেই সময়ত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ প্ৰাৰম্ভিক খবৰ পোৱা গৈছিল। কিন্তু সেই সময়ত তেওঁলোকৰ পৰিচয় ৰাজহুৱা কৰা হোৱা নাছিল।

বিয়লি পূব খাচি জিলা আৰক্ষী অধীক্ষকে জনোৱা মতে, ২১ বছৰীয়া কুশৱাহাৰ উপৰি ইন্দোৰৰ পৰা বিশাল সিং চৌহান নামৰ ২২ বছৰীয়া এজন যুৱককো গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি, উত্তৰ প্ৰদেশৰ ললিতপুৰত অভিযান চলাই আকাশ ৰাজপুত নামৰ এজন ১৯ বছৰীয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী অধীক্ষকে জনোৱা মতে, আকাশক প্ৰথমে ললিতপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছত কুশৱাহা আৰু বিশালক ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ গাজীপুৰ থানাত আত্মসমৰ্পণ কৰে সোণমে।

পিছত এই ঘটনাত সোমবাৰে বিয়লি মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ পৰা আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগে লগে মধুচন্দ্ৰিকাত হত্যাকাণ্ডৰ তদন্তত মুঠ ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে সোণমক নিজৰ জিম্মাত ল’বলৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছে মেঘালয় আৰক্ষীৰ এটা সুকীয়া দল।

যোৱা ২৩ মে’ত অভিযুক্তই ৰাজা ৰঘুবংশীক হত্যা কৰা বুলি মেঘালয় আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে প্ৰথমে সন্দেহ কৰিছিল যে সেইদিনা তেওঁলোকে অঞ্চলটো এৰিছিল। পূব খাচি জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, প্ৰথম অৱস্থাত বিষয়টো হত্যাৰ ঘটনাৰ দৰে লগা নাছিল।

এনে লাগিছিল যেন এজন পৰ্যটক নিৰুদ্দেশ হৈছে আৰু সেইদৰেই অনুসন্ধান চলি আছিল। কিন্তু যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীৰ আগত স্পষ্ট হৈ পৰে যে ঘটনাটো হত্যাকাণ্ড। ইয়াৰ পিছতে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হয়।

ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ হোৱা কুশৱাহা সোণমৰ প্ৰেমিক নেকি? ৰাজাক হত্যাৰ পৰিকল্পনা কৰিছিল নেকি? এই বিষয়ে সোধাত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে যদি ঘটনাৰ ক্ৰমবোৰ একত্ৰিত কৰা হয় তেন্তে তেনেকুৱা যেনে লাগে।

প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে ঘটনাৰ সময়ত কুশৱাহা সোণমৰ লগত আছিল। আৰক্ষী অধীক্ষকে তেওঁলোকক মেঘালয়লৈ আনি জেৰা কৰিলে বিষয়টো অধিক স্পষ্ট হৈ পৰিব বুলিও জানিবলৈ দিয়ে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: কৰা সোণমৰ ‘প্ৰেমিক’ ৰাজক গ্ৰেপ্তাৰপুনৰ পৰকীয়াৰ কৰুণ পৰিণতি ?হত্যাকাণ্ডৰ পিছত মধ্যপ্ৰদেশলৈ পলায়ন
Share4Tweet3Send

Related Posts

পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ
National-International

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

by Staff Reporter
June 21, 2025
50
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা
National-International

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

by Staff Reporter
June 21, 2025
50
Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ
National-International

Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ

by Staff Reporter
June 21, 2025
50
International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ
National-International

International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
June 21, 2025
50
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ
National-International

Air India I এইবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা, ১০০ যাত্ৰীক লৈ নিৰাপদে অৱতৰণ

by Staff Reporter
June 20, 2025
53
PM Modi Bihar visit I নিৰ্বাচনৰ পূৰ্বে বিহাৰত পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
National-International

PM Modi Bihar visit I নিৰ্বাচনৰ পূৰ্বে বিহাৰত পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
June 20, 2025
53
ADVERTISEMENT
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ
National-International

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

June 21, 2025
50
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা
National-International

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

June 21, 2025
50
ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস
KARBI ANGLONG

ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

June 21, 2025
50
Escalating Tensions: Renewed Violence in Manipur as Kuki and Meitei Clashes Intensify
NORTHEAST

Manipur violence I মণিপুৰত পুনৰ উত্তেজনা, কুকি গাঁৱৰ মুৰব্বীৰ পত্নীক গুলীয়াই হত্যা

June 21, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

June 21, 2025
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

June 21, 2025
ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

June 21, 2025

Categories

ALL NEWS (17393) Artificial Intelligence (1) Assam (13691) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3399) Lifestyle (24) literature (16) National-International (10151) NORTHEAST (856) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d