বিশ্বৰ ৬০ গৰাকী আমন্ত্ৰিত শিল্পীৰ ভিতৰত স্থান লাভ : ইণ্ডোনেছিয়ালৈ আমন্ত্ৰিত যোৰহাটৰ চিত্ৰশিল্পী
যোৰহাটৰ চিত্ৰশিল্পী অংশুমান হাজৰিকাই ইণ্ডোনেছিয়া মিটিং এণ্ড ষ্টাইল ইণ্ডোনেছিয়াৰ দ্বাৰা ১৫ মে'ৰ পৰা ১৭মে'লৈকে আয়োজিত ইণ্টাৰনেচনেল গ্রাফিটি এণ্ড ষ্ট্ৰীট ...







