IndiGo crisis । ইণ্ডিগ’ৰ বিভ্ৰান্তিৰ বাবে দোষীসকলে মূল্য ভৰিব লাগিব, সকীয়াই দিলে বিমান পৰিবহণ মন্ত্ৰীয়ে
সংকট অতিক্ৰম কৰি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ইণ্ডিগ’ৰ (Indigo) বিমান সেৱা। অৱশ্যে শনিবাৰেও বাতিল কৰা হয় ব্যক্তিগত বিমান সংস্থাটোৰ ...







