Indian Airforce I বিমান সুৰক্ষাৰ ক্ষেত্ৰত আন এক মাত্ৰা ভাৰতৰ, শত্ৰুৰ বিমান বিধ্বংসী ৰেমজেটচালিত ক্ষেপণাস্ত্ৰ লাভ
ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু এখোজ আগবাঢ়িছে। ৰেমজেট শক্তিৰ এটা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষাণ সম্পন্ন কৰা হৈছে। এই বিশেষ প্ৰযুক্তিৰ ক্ষেপণাস্ত্ৰই ...







