Assam Arunodoi Scheme I অসমৰ পৰিবহন, মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত অৰুণোদয় আঁচনিৰ দ্বিতীয় পৰ্য্যায়ৰ ১৫ সহস্ৰাধিক হিতাধিকাৰীক অনুমোদন পত্র বিতৰণ
অসম চৰকাৰৰ পৰিবহন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত আজি ডিফুৰ চৰকাৰী বালক উচচতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত এক ...







