Mahatma Gandhi statue stolen । অষ্ট্ৰেলিয়াত ভৰি কাটি চুৰি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী ভাৰতৰ
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অষ্ট্ৰেলিয়াৰ মেলব'ৰ্ণত মহাত্মা গান্ধীৰ (Mahatma Gandhi) প্ৰতিমূৰ্তি ভাঙি-ছিঙি অৱমাননা কৰাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। তেওঁলোকে অষ্ট্ৰেলিয়া ...







