দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা অমিত শ্বাহে শুভ উদ্বোধন কৰিলে নৱনিৰ্মিত লোকপিয়ল সঞ্চালকালয় আৰু অসমৰ কাৰ্যালয় ভৱনঃ
আজি দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অসমলৈ অহা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ অধীনস্থ অসমৰ লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱত ...







