Indian Air Force I অপাৰেচন সিন্দুৰত পাকিস্তানী সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ ৩২০০ কোটি আবণ্টন
পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় বায়ুসেনাৰ ৰাফেল যুদ্ধ বিমানে (Indian Air Force) যোৱা বছৰ ৭ মে’ৰ নিশা পাকিস্তানৰ তিনিটা ...







