Online Gaming I অনলাইন গেম কিয় খেলিব নিদিব, অভিভাৱকৰ বিৰুদ্ধে অভিমানত দশম মহলাৰ পৰা একেলগে জাঁপ তিনি ভগ্নীৰ
অভিভাৱকে তেওঁলোকক অনলাইন গেম (Online gaming) খেলিবলৈ দিয়া নাছিল। সেই অভিমানতে তিনিগৰাকী ভগ্নীয়ে এটা বহুমহলীয়া অট্টালিকাৰ দশম মহলাৰ পৰা একেলগে ...







