ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Defamation Case I গুজৰাট উচ্চ ন্যায়ালয়ত ‘মোডী’ মানহানিৰ গোচৰত ৰাহুলৰ আবেদনৰ শুনানি গ্ৰহণ, মঙলবাৰে পুনৰ শুনানি

নিউজ ডেস্কঃ

News Desk by News Desk
April 29, 2023
Reading Time: 1 min read
A A
0
Defamation Case I গুজৰাট উচ্চ ন্যায়ালয়ত ‘মোডী’ মানহানিৰ গোচৰত ৰাহুলৰ আবেদনৰ শুনানি গ্ৰহণ, মঙলবাৰে পুনৰ শুনানি

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

মোডী উপাধিৰ অৱমাননাৰ গোচৰত চুৰাট সত্ৰ আদালতে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধী (Rahul Gandhi)ৰ আবেদনৰ শুনানি শেষ হোৱা নাই গুজৰাট উচ্চ ন্যায়ালয় (Gujrat High Court)ত। শনিবাৰে দীৰ্ঘদিনীয়া শুনানিৰ অন্তত ন্যায়াধীশ হেমন্ত প্ৰচ্চকৰ বিচাৰপীঠে কয় যে ২ মেʼত (মঙলবাৰ) পুনৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হʼব (hearing will be held on May 2)।

২০ এপ্ৰিলত চুৰাট সত্ৰ আদালতে ‘ফৌজদাৰী মানহানি’ গোচৰত ৰাহুলক দোষী সাব্যস্ত কৰা দণ্ডাধীশ আদালতে দিয়া ৰায়ক গৃহীত কৰে। যদি গুজৰাট উচ্চ ন্যায়ালয়ে স্থগিতাদেশৰ অনুমতি নিদিয়ে তেন্তে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুলৰ প্ৰতিদ্বন্দ্বিতাৰ প্ৰশ্নও সম্প্ৰতি শেষ হʼবলৈ গৈ আছে। এনে পৰিস্থিতিত ৰাহুলৰ হৈ তেওঁৰ অধিবক্তা অভিষেক মনু সিংভীয়ে শনিবাৰে শুনানিত অংশ লৈ চুৰাটৰ আদালত দুখনৰ ৰায়ক লৈ প্ৰশ্ন উত্থাপন কৰে।

সিংভীয়ে কয়, “ৰাহুল গান্ধীক ন্যায়িক প্ৰক্ৰিয়াত গুৰুতৰ সুৰুঙা থকাৰ বাবে ‘ফৌজদাৰী মানহানিৰ গোচৰ’ত ২ বছৰৰ কাৰাদণ্ড বিহা হৈছে।” ৰাহুলে কোনো গুৰুতৰ অপৰাধ সংঘটিত কৰা নাছিল বুলি দাবী কৰে। তেওঁৰ বিৰুদ্ধে উত্থাপিত ‘ফৌজদাৰী মানহানি’ গোচৰত কʼতো নৈতিক অশুভতাৰ অভিযোগ উত্থাপন হোৱা নাই৷ এই পৰিস্থিতিত ২ বছৰৰ কাৰাদণ্ডৰ ন্যায্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে সিংভীয়ে।

গুজৰাট উচ্চ ন্যায়ালয়
গুজৰাট উচ্চ ন্যায়ালয়ত ‘মোডী’ মানহানিৰ গোচৰত ৰাহুলৰ আবেদনৰ শুনানি গ্ৰহণ:

উল্লেখযোগ্য যে ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতৰ ন্যায়াধীশ এইচ এইচ ভাৰ্মাই কৰ্ণাটকৰ কোলাৰত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে। কিন্তু ন্যায়াধীশগৰাকীয়ে ‘ফৌজদাৰী মানহানি’ গোচৰত ৰাহুলৰ জামিন আবেদনৰ অনুমতি দি উচ্চ ন্যায়ালয়ত ৰাহুলৰ বিৰুদ্ধে আপীল কৰিবলৈ ৩০ দিনৰ সময় দিয়ে। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতৰ সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮(৩) অনুচ্ছেদ অনুসৰি, চুৰাট দণ্ডাধীশ আদালতৰ ৰায়ৰ ভিত্তিত ৰাহুলক সাংসদ হিচাপে বৰ্খাস্ত কৰে।

ইয়াৰ পিছতে ৰাহুলে দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে আৰু শাস্তি স্থগিত ৰখাৰ বাবে যোৱা ৩ এপ্ৰিলত চুৰাটৰ অধিবেশন আদালতত দাখিল কৰে।
কিন্তু বৃহস্পতিবাৰে (২০ এপ্ৰিল) অতিৰিক্ত সত্ৰৰ ন্যায়াধীশ আৰ পি মোগেৰাই এই আবেদন খাৰিজ কৰি শাস্তি ৰক্ষা কৰে। ফলত সাংসদ পদৰ পুনৰ দখলৰ সুযোগ হেৰুৱাৰ উপৰি ৰাহুলে জে’লযাত্ৰাৰ সম্ভাৱনাৰ সন্মুখীন হʼবলগীয়া হৈছে।

এনে পৰিস্থিতিত মঙলবাৰে ৰাহুলৰ অধিবক্তা বি এম মাংগুকিয়াই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি চুৰাট সত্ৰ আদালতে শাস্তি কাৰ্যকৰী কৰাৰ নিৰ্দেশ স্থগিত ৰখাৰ বাবে দাখিল কৰে। এই আবেদনখন ন্যায়াধীশ গীতা গোপীৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল। কিন্তু বুধবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গোপীয়ে গোচৰৰ শুনানিৰ পৰা নিজকে আঁতৰাই পেলায়। ৰাহুলৰ অধিবক্তা পি এছ চম্পানেৰীয়ে আবেদনৰ ক্ষিপ্ৰ শুনানিৰ বাবে কাতৰ অনুৰোধ জনোৱাৰ সময়তে ন্যায়াধীশ গোপীয়ে কয়, “মোৰ বাবে নহয়।” ইয়াৰ পিছত গোচৰটো ন্যায়াধীশৰ বিচাৰপীঠলৈ যায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: gujrat high courtRahul gandhiগুজৰাট উচ্চ ন্যায়ালয়ৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
50
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d