ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

নগাঁৱত সংস্কৃত সম্ভাষণ শিবিৰৰ সামৰণি

বিশেষ প্ৰতিবেদনঃ নগাঁও :

News Desk by News Desk
April 24, 2023
Reading Time: 1 min read
A A
0
নগাঁৱত সংস্কৃত সম্ভাষণ শিবিৰৰ সামৰণি

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ নিৰ্দেশ ক্ৰমে সংস্কৃত ভাৰতীৰ সহযোগত নগাঁও চহৰৰ আমোলাপট্টি (Amolapatti in Nagaon) স্থিত বৃন্দাবনধাম দামোদৰ চতুষ্পাঠী (Vrindavadham Damodar Chatushpathi) (সংস্কৃত টোল) (Sanskrit School)ত যোৱা ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা দহদিনীয়া সংস্কৃত সম্ভাষণ শিবিৰৰ (Sanskrit Greeting Camp) আজি সামৰণি পৰে। সংস্কৃত ভাৰতীৰ সহ-সম্পাদক সুমন শৰ্মা, চতুষ্পাঠীৰ ভাৰপ্ৰাপ্ত প্ৰধান অধ্যাপক ৰাজু শৰ্মা, শিক্ষয়িত্ৰী দেৱযানী ভট্টাচাৰ্য,জাহ্নৱী শৰ্মা, যতীন মিশ্ৰ আদিয়ে শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে সহযোগিতা আগবঢ়ায়। শিবিৰত অংশগ্ৰহণ কৰা সমল ব্যক্তিসকলে সংস্কৃত ভাষাক ভাৰতীয়ৰ মূল ভাষা বুলি উল্লেখ কৰি এই ভাষাৰ প্ৰয়োজনীয়তাৰ ওপৰত ব্যখ্যা দাঙি ধৰে। বিশেষকৈ নৱ-প্ৰজন্মক সংস্কৃত ভাষাৰ প্ৰতি আকৃষ্ট হ’বৰ বাবে শিবিৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে আহ্বান জনায় ।nagaon0 | ASSAM TIMES POST

আজি শিবিৰৰ সামৰণি অনুষ্ঠানত সংস্কৃত ভাৰতীৰ অসম প্ৰান্তৰ সাংগঠনিক মন্ত্ৰী ভৱেন শইকীয়া আৰু হাতীচোং সঞ্জীৱনী সংস্কৃত টোলৰ ভাষা শিক্ষক মন্টুল শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সংস্কৃত ভাষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে বৃন্দাবনধাম দামোদৰ চতুষ্পাঠীৰ (সংস্কৃত টোল) পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই উদ্বোধনী ভাষণ প্ৰদান কৰা শিবিৰটো বন্তি প্ৰজ্বলন কৰি মুকলি কৰে চতুষ্পাঠীৰ প্ৰাক্তন প্ৰধান অধ্যাপক অশোক কুমাৰ শৰ্মাই। শিবিৰৰ আৰম্ভণিতে ছাত্ৰ-ছাত্রীসকলে সৰস্বতী বন্দনা কৰে।

Tags: NagaonSanskrit Greeting Campনগাঁওসংস্কৃত সম্ভাষণ শিবিৰ
Share4Tweet3Send

Related Posts

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
ADVERTISEMENT
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx