ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Atiq Ahmed Encounter Update I আমাৰ ভয়ত সমগ্ৰ উত্তৰ প্ৰদেশ কঁপিব বুলি ভাবিছিলো! আতিক-আশ্রফৰ হত্যাকাৰীৰ স্বীকাৰোক্তি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 16, 2023
Reading Time: 1 min read
A A
0
Atiq Ahmed Encounter Update I আমাৰ ভয়ত সমগ্ৰ উত্তৰ প্ৰদেশ কঁপিব বুলি ভাবিছিলো! আতিক-আশ্রফৰ হত্যাকাৰীৰ স্বীকাৰোক্তি

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

ইতিমধ্যে আতিক আহমেদ (Atiq Ahmed) আৰু তেওঁৰ ভাতৃ আশ্ৰফৰ (Ashraf) হত্যাকাণ্ডৰ গোচৰত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হৈছে উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ বাসিন্দা ছানী, কাছগঞ্জৰ বাসিন্দা অৰুণ আৰু বাণ্ডাৰ বাসিন্দা লবলেশ। আতিক আৰু আশ্ৰফক হত্যা কৰাৰ পিছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Atiq Ahmed murderer
Atiq Ahmed Encounter:

আৰক্ষীৰ সূত্ৰ অনুসৰি, তিনিওজন অভিযুক্তৰ বিৰুদ্ধে হত্যা, অপহৰণ, ডকাইতিকে ধৰি একাধিক গোচৰ আছে। আৰক্ষীৰ এক সূত্ৰই দাবী কৰা মতে, জেৰাকাৰীয়ে কয় যে তিনিওজনে জে’লত থকাৰ সময়তে বন্ধুত্ব গঢ়ি তুলিছিল। তেতিয়াৰ পৰাই তেওঁলোকে একেলগে সকলো অপৰাধ সংঘটিত কৰিছিল।

উত্তৰ প্ৰদেশৰ আটাইতকৈ ডাঙৰ ‘ডন’ হোৱাটোৱেই তেওঁলোকৰ লক্ষ্য বুলিও আৰক্ষীৰ আগত দাবী কৰে অভিযুক্তই। ক্ষুদ্ৰ ক্ষুদ্ৰ অপৰাধ কৰি তেওঁলোকে কাৰো দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। গতিকে ‘বিখ্যাত’ হʼবলৈ কিছুমান ডাঙৰ অপৰাধ কৰিব বিচাৰিছিল।আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এজন অভিযুক্তই জেৰাত কয় যে তেওঁলোকে দীৰ্ঘদিন ধৰি সেই সুযোগ বিচাৰি আছিল। শেহতীয়াকৈ তেওঁলোকে গম পালে যে ‘গেংষ্টাৰ’ আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰফক শাৰীৰিক পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হʼব।
তাৰ পিছত তেওঁলোকে পৰিকল্পনা কৰে যে যদি এই উপলক্ষে আতিক আৰু তেওঁৰ ভাতৃক হত্যা কৰিব পৰা যায়, তেন্তে তেওঁলোকৰ নাম উত্তৰ প্ৰদেশত বিয়পি পৰিব। কেৱল সেয়াই নহয়, আতিক আৰু তেওঁৰ দলটোক ইমান দিনে ভয় কৰা মানুহবোৰ, এতিয়া তেওঁলোকৰ ভয়ত কঁপি উঠিব।IMG 20230416 WA0004 | ASSAM TIMES POSTআৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, তিনিওজন অভিযুক্তই আতিকক হত্যা কৰাৰ পৰিকল্পনা কৰি শুকুৰবাৰে চিকিৎসালয়লৈ গৈছিল। শনিবাৰে নিৰাপত্তাৰ মাজতে আতিক আৰু আশ্ৰফক চিকিৎসালয়লৈ অনা হয়। শাৰীৰিক পৰীক্ষাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছিল আতিকে। সেই সময়ত সাংবাদিকৰ সাজ-পোছাক পৰিহিত তিনিজন দুষ্কৃতিকাৰীয়ে প্ৰথমে শূন্য দূৰত্বৰ পৰা আতিকৰ মূৰত গুলী চলাইছিল। ইয়াৰ পিছত আশ্ৰফকো গুলীয়াই হত্যা কৰা হয়। দুয়োজনে মাটিত পৰি যোৱাৰ পাছতো আৰক্ষীৰ সন্মুখত গুলীচালনা অব্যাহত ৰাখে আক্রমণকাৰীয়ে।

আৰক্ষীৰ সূত্ৰৰ মতে, অভিযুক্তৰ ভিতৰত ছানী হামিৰপুৰৰ পৰা প্ৰয়াগৰাজলৈ আহিছিল প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ। কিন্তু ক্ৰমান্বয়ে অপৰাধৰ জগতখনৰ লগত জড়িত হৈ পৰিল। ইতিমধ্যে আৰক্ষীয়ে তিনি অভিযুক্তৰ ঘৰত তালাচী অভিযান চলাইছে। তেওঁলোকক জেৰা অব্যাহত আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, একাংশ লোকক জিম্মাত লোৱা হৈছে।

Tags: Atiq Ahmed
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT