ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bihu Committee I বিহু সমিতিক বিত্তীয় সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 12, 2023
Reading Time: 1 min read
A A
0
Bihu Committee I বিহু সমিতিক বিত্তীয় সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

CM Himanta Biswa Sarma । সামাজিক মাধ্যমত সক্ৰিয় হৈছে বিশেষ মৌলবাদী চক্ৰ, মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ

Sahitya Akademi Awards 2025 I অসমৰ সুপ্ৰকাশ ভূঞা, সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্মলৈ সাহিত্য অকাদেমি বঁটা

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

অসম চৰকাৰ (Assam Government)ৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ (Department of Cultural Affairs) দ্বাৰা বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ মুঠ ২,১১৪খন বিহু সমিতি (Bihu Committee)ক ১.৫ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য (1.5 Lakhs One-time financial assistance) আনুষ্ঠানিকভাৱে বিতৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himenta Biswa Sarma)ই।

বিহু সমিতি
বিহু সমিতিক বিত্তীয় সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ:

উল্লেখ্য, বিগত বছৰৰে পৰা বিহু সমিতিসমূহক বিত্তীয় সাহায্য প্ৰদান কৰাৰ এই কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। এই আঁচনিখন ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ সংস্কৃতি, বিশ্বাসৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে এই আঁচনি গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিত্তীয় সাহায্য প্ৰদান কৰি দিয়া নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, “মই আশাবাদী যে আমাৰ চৰকাৰৰ এই পদক্ষেপে নিৰ্বাচিত বিহু সমিতিসমূহক অসমৰ বৰ্ণিল সাংস্কৃতিক ক্ষেত্ৰত বিহুৰ গুৰুত্বৰ সৈতে খাপ খোৱাকৈ তেওঁলোকৰ নিজ নিজ বিহু অনুষ্ঠানসমূহ সন্মানজনকভাৱে আয়োজন কৰাত সহায় কৰিব।”

আজিৰ অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, সাংসদ কুইন ওজা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিধায়ক ড° পৰমানন্দ ৰাজবংশীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: Assam GovernmentBihu CommitteeFinancial assistanceঅসম চৰকাৰবিত্তীয় সাহায্যবিহু সমিতি
Share5Tweet3Send

Related Posts

“২ কোটি ভেকচিন অৰ্ডাৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে য’ত ১ কোটি ভেকচিন ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে” : হিমন্ত বিশ্ব
Assam

CM Himanta Biswa Sarma । সামাজিক মাধ্যমত সক্ৰিয় হৈছে বিশেষ মৌলবাদী চক্ৰ, মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ

by Staff Reporter
June 20, 2025
52
Sahitya Akademi Awards 2025 I অসমৰ সুপ্ৰকাশ ভূঞা, সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্মলৈ সাহিত্য অকাদেমি বঁটা
Assam

Sahitya Akademi Awards 2025 I অসমৰ সুপ্ৰকাশ ভূঞা, সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্মলৈ সাহিত্য অকাদেমি বঁটা

by Staff Reporter
June 18, 2025
53
Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery
Assam

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

by Staff Reporter
June 13, 2025
50
Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ
Assam

Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ

by Staff Reporter
June 9, 2025
55
Flood in Assam : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ ৮ জিলা
Assam

Assam flood I অসমত শেহতীয়া বানত ২১ জিলাত ১৯ জনৰ মৃত্যু

by Staff Reporter
June 5, 2025
53
Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ
Assam

Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ

by Staff Reporter
June 3, 2025
53
ADVERTISEMENT
Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি
National-International

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

June 21, 2025
50
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ
National-International

Air India I বাৰে বাৰে কৰ্তব্যত অৱহেলা, এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ কেন্দ্ৰৰ

June 21, 2025
50
Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ
National-International

Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

June 21, 2025
50
Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী
National-International

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

June 21, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

June 21, 2025
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ

Air India I বাৰে বাৰে কৰ্তব্যত অৱহেলা, এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ কেন্দ্ৰৰ

June 21, 2025
Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

June 21, 2025

Categories

ALL NEWS (17393) Artificial Intelligence (1) Assam (13691) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3399) Lifestyle (24) literature (16) National-International (10155) NORTHEAST (856) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d