ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Arunachal I বাস্তৱ সলনি নহ’ব! অৰুণাচলৰ ভাৰতীয় ভূখণ্ডৰ চীনা নাম সলনি মানি নলয় কেন্দ্ৰই

নিউজ ডেস্কঃ

News Desk by News Desk
April 4, 2023
Reading Time: 1 min read
A A
0
Arunachal I বাস্তৱ সলনি নহ’ব! অৰুণাচলৰ ভাৰতীয় ভূখণ্ডৰ চীনা নাম সলনি মানি নলয় কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

অৰুণাচল (Arunachal)ৰ ১১টা স্থান (11 places)ৰ নাম সলনি (Name change) কৰি চীনে (China) লোৱা সিদ্ধান্তক ভাৰতে মানি লʼবলৈ ইচ্ছুক নহয় (India not willing to accept)। এই কথা দিল্লীয়ে স্পষ্ট কৰি দিছে। লগতে জনোৱা হয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব। গতিকে কোনোবাই নাম সলনি কৰিলে বাস্তৱ কেতিয়াও সলনি নহʼব বুলি দাবী কৰিছে কেন্দ্ৰই।

এনে পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইটযোগে লিখিছে, “আমি চীনৰ প্ৰতিবেদন দেখিছো। চীনে এইটো প্ৰথমবাৰৰ বাবে চেষ্টা কৰা নহয়। আমি এই নামকৰণ মানি লʼবলৈ সন্মত নহয়। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব। নাম সলনি হ’লেও বাস্তৱ সলনি নহ’ব।”

সোমবাৰে বেইজিঙে জাৰি কৰা এক অধিসূচনাত অৰুণাচল প্ৰদেশৰ ১১ টা স্থানৰ নাম সলনি কৰা হৈছে। আনকি অৰুণাচলৰ ৰাজধানী ইটানগৰৰ সমীপৱৰ্তী এখন চহৰৰো নাম সলনি কৰা হৈছে। চীনৰ সংবাদ মাধ্যম গ্লোবেল টাইমছে চৰকাৰী জাননীৰ উদ্ধৃতি দি কয়, “দেওবাৰে অসামৰিক প্ৰতিৰক্ষা মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ১১টা অঞ্চলৰ নাম সলনি কৰে। য’ত দুটা বিশাল ভূমি এলেকা, দুটা আৱাসিক এলেকা, দুখন নদী আৰু পাঁচটা পৰ্বতৰ শৃংগ অন্তৰ্ভুক্ত।”

অৰুণাচল
অৰুণাচলৰ ভাৰতীয় ভূখণ্ডৰ চীনা নাম সলনি মানি নলয় কেন্দ্ৰই:

ইয়াৰ লগে লগে তৃতীয়বাৰৰ বাবে চীনে অৰুণাচলৰ বহু অঞ্চলৰ ‘নাম সলনি’ কৰিবলৈ চেষ্টা কৰিলে। দীৰ্ঘদিন ধৰি চীন চৰকাৰে অৰুণাচল প্ৰদেশৰ এই অংশক ‘জাংনান’ বা ‘তিব্বতৰ দক্ষিণ অংশ’ বুলি দাবী কৰি আহিছে।

২০১৭ আৰু ২০২১ চনত চীনে অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলৰ নাম সলনি কৰি দুখন তালিকা প্ৰকাশ কৰিছিল। ২০১৭ চনত ছটা অঞ্চলৰ নাম সলনি কৰি এই তালিকা প্ৰকাশ কৰা হয়। ২০২১ চনত ১৫টা এলেকাৰ নাম সলনি কৰি এই তালিকা প্ৰকাশ কৰা হয়। কিন্তু দুয়োবাৰেই ভাৰত চৰকাৰে চীনৰ নাম সলনি কৰা চেষ্টাক ব্যৰ্থ কৰে।

ইতিমধ্যে লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ভাৰত আৰু চীনৰ মাজত বাৰে বাৰে সংঘৰ্ষ হৈছে। দুয়োখন দেশৰ মাজত বহুবাৰ আলোচনা হৈছে যদিও বিশেষ একো লাভ হোৱা নাই।
এনে পৰিপ্ৰেক্ষিতত চীনে ভাৰতীয় ভূখণ্ডৰ নাম সলনি কৰাৰ প্ৰচেষ্টাই দুয়োখন দেশৰ মাজত নতুন জটিলতাৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে।

Tags: ArunachalName changeঅৰুণাচলনাম সলনি
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical
NORTHEAST

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

by Staff Reporter
April 21, 2026
50
প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ
NORTHEAST

প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ

by Staff Reporter
April 21, 2026
50
Manipur violence : বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ
NORTHEAST

পুনৰ অগ্নিগৰ্ভ মণিপুৰ

by Staff Reporter
April 20, 2026
50
Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়
NORTHEAST

Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়

by News Desk
April 17, 2026
50
ADVERTISEMENT
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
50
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪
National-International

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026
50
Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
National-International

Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

May 9, 2026
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

May 9, 2026
Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

Hormoz : ‎‎হৰমুজত এজন ভাৰতীয় নাবিকৰ মৃত্যু, আহত ৪

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx