ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Guinness Book of World Records I ৪ বছৰ বয়সত গ্ৰন্থ লিখি গিনিজ বুকত স্থান লাভ আৰবৰ শিশুৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 3, 2023
Reading Time: 1 min read
A A
0
Guinness Book of World Records I ৪ বছৰ বয়সত গ্ৰন্থ লিখি গিনিজ বুকত স্থান লাভ আৰবৰ শিশুৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

সংযুক্ত আৰব আমিৰশ্বাহী (UEA)ৰ চাৰি বছৰীয়া শিশু চৈয়দ ৰছিদ আল মেহাইৰী (Sayyid Rashid Al-Mehairi)য়ে এক অনন্য নিদৰ্শন দাঙি ধৰিলে।বয়সমাত্ৰ চাৰি বছৰ (4 years), কিন্তু হ’লে কি হʼব? ৰছিদে ইতিমধ্যে এখন সম্পূৰ্ণ গ্ৰন্থ লিখিছে (Wrote a full book)। প্ৰকাশৰ পিছৰে পৰা এই গ্ৰন্থখনৰ হাজাৰ হাজাৰ কপি বিক্ৰী হৈছে। ইয়াৰ বাবেই ৰছিদৰ নাম গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ড (Guinness Book of World Records)ত স্থান পাইছে।

সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবিত ৰছিদৰ ঘৰ। গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁক ৯ মাৰ্চত এখন গ্ৰন্থ প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া ব্যক্তি (পুৰুষ) হিচাপে স্বীকৃতি দিয়ে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে প্ৰদান কৰা তথ্য অনুসৰি, চৈয়দ ৰছিদে ৪ বছৰ ২১৮ দিন বয়সত এখন গ্ৰন্থ প্ৰকাশ কৰি এই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

 গিনিজ বুক
৪ বছৰ বয়সত গ্ৰন্থ লিখি গিনিজ বুকত স্থান লাভ:

গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই কয়, “ডলিফেণ্ট চৈয়দ আৰু ভালুক নামৰ দুটা প্ৰাণীৰ বন্ধুত্বৰ কাহিনীক লৈ ৰছিদে লিখা এখন গ্ৰন্থ প্ৰকাশ পাইছে। গ্ৰন্থখনৰ হাজাৰ হাজাৰ কপি বিক্ৰী হোৱাৰ পিছত আমি গম পালোঁ। যোৱা ৯ মাৰ্চত বিষয়টো পৰীক্ষা কৰা হয়। ইয়াৰ পিছত ৰছিদক বিশ্ব অভিলেখৰ স্বীকৃতি দিয়া হয়।”

এই সন্দৰ্ভত বৰছিদৰ মাতৃ মৌজা আল দাৰমাকিয়ে কয়, “যেতিয়া ৰছিদে প্ৰথমে আমাক কাহিনীটো কৈছিল, তেতিয়া আমি শুনি আচৰিত হৈছিলো। ইয়াৰ উপৰি কিতাপখন কেনেকৈ লিখা হʼব অৰ্থাৎ কাহিনীৰ গাঁথনি কেনেকুৱা হʼব তাৰো স্পষ্ট বৰ্ণনা দিয়া হৈছে। একে সময়তে ই কি বাৰ্তা দিব বিচাৰে সেয়াও কয়। তাৰ পিছত আমি তেওঁক কিতাপখন লিখিবলৈ উৎসাহিত কৰোঁ।”

অৱশ্যে ৰছিদৰ জ্যেষ্ঠ ভগ্নী আল ধাবিৰো নাম আছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত। আল ধাবিৰ বয়স আঠ বছৰ। এতিয়া তেওঁৰ হাতত আছে দুটা ভাষাত গ্ৰন্থ শৃংখলা প্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তিৰ (মহিলা) অভিলেখ। ইয়াৰ পূৰ্বেও ধাবিয়ে দুটা ভাষাত এখন গ্ৰন্থ প্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি (মহিলা) হিচাপে অভিলেখ গঢ়িছিল।

Tags: Guinness BookSayyid Rashid Al-Mehairiগিনিজ বুকচৈয়দ ৰছিদ আল মেহাইৰী
Share4Tweet3Send

Related Posts

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

by Staff Reporter
June 1, 2026
50
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

by Staff Reporter
June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

by Staff Reporter
May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎

সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

by Staff Reporter
May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

by News Desk
May 31, 2026
50
ADVERTISEMENT
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
50
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT