ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Male Nurse I বয়স্ক ৰোগীৰ সৈতে বলপূৰ্বক ‘বিকৃত’ যৌনাচাৰ! কৰ্ণাটকত গ্ৰেপ্তাৰ ১৯ বছৰীয়া পুৰুষ নাৰ্ছ

নিউজ ডেস্কঃ

News Desk by News Desk
April 1, 2023
Reading Time: 1 min read
A A
0
Male Nurse I বয়স্ক ৰোগীৰ সৈতে বলপূৰ্বক ‘বিকৃত’ যৌনাচাৰ! কৰ্ণাটকত গ্ৰেপ্তাৰ ১৯ বছৰীয়া পুৰুষ নাৰ্ছ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

এগৰাকী পুৰুষ নাৰ্ছক (Male Nurse) গ্ৰেপ্তাৰ কৰ্ণাটক আৰক্ষী (Karnataka Police arrested)ৰ। তেওঁৰ বিৰুদ্ধে অভিযোগ, এগৰাকী বয়স্ক ৰোগীৰ সৈতে বলপূৰ্বক ‘বিকৃত’ যৌনাচাৰত লিপ্ত হোৱাৰ। ঘটনাটি ঘটিছে কৰ্ণাটক (Karnataka)ৰ দক্ষিণ কন্নডা জিলা (South Kannada District)ৰ মুদুবিদাৰ চহৰ (City of Mudubida)ত।আৰক্ষী সূত্র মতে, ধৃত পুৰুষ নাৰ্ছৰ নাম শিবানন্দ (Sivananda)। বয়স ১৯ বছৰ। অভিযুক্তক এগৰাকী বয়স্ক ৰোগীৰ চোৱাচিতাৰ বাবে ৰখা হৈছিল।

 ‘বিকৃত’ যৌনাচাৰ
বয়স্ক ৰোগীৰ সৈতে বলপূৰ্বক ‘বিকৃত’ যৌনাচাৰ:

অভিযোগ মতে তাতেই ঘৰৰ মানুহৰ অনুপস্থিতিৰ সুযোগ লৈ বয়স্ক ৰোগীগৰাকীৰ লগত নিজৰ ‘বিকৃত’ যৌনলালসা পূৰণ কৰিছিল শিবানন্দই। এই ঘটনা একেৰাহে চলি থকাত অধিক অসুস্থ হৈ পৰে ৰোগীগৰাকী। হতাশাত ডুবি যায়। কিন্তু মুখৰে একোৱেই ক’ব পৰা নাছিল।

আনহাতে, ৰোগীৰ অৱস্থাৰ এনে ধৰণৰ অৱনতি দেখি ঘৰৰ মানুহৰ সন্দেহ হয়। তাৰ পিছত ঘৰত মনে মনে চিচি টিভি কেমেৰা বহুওৱা হয়। তাতে ধৰা পৰে ভয়ংকৰ ছবি। দেখা যায়, বয়স্ক ৰোগীৰ সৈতে ‘বিকৃত’ যৌনাচাৰত লিপ্ত হৈছে শিবানন্দ। ৰোগীয়ে আপত্তি কৰাত তেওঁক মাৰধৰ কৰাৰ ছবিও ধৰা পৰে গোপন কেমেৰাত। তাৰ পিছতেই মুদুবিদাৰ থানাত অভিযোগ দাখিল কৰে ঘৰৰ পৰিয়ালে। আৰক্ষীয়ে প্রাথমিক তদন্তৰ পিছত গ্ৰেপ্তাৰ কৰে ১৯ বছৰীয়া শিবানন্দক।

Tags: KarnatakaMaleNurseকৰ্ণাটকপুৰুষ নাৰ্ছ]
Share4Tweet3Send

Related Posts

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

ADVERTISEMENT
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT