ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Swachh Nagaon I স্বচ্ছ আৰু সেউজ নগাঁও গঢ়াৰ লক্ষ্যৰে নগাঁৱৰ ৰাজপথত নগাঁও পৌৰসভাৰ সজাগতামূলক ৰেলী

জিতেন বৰকটকী:নগাঁও

Staff Reporter by Staff Reporter
March 30, 2023
Reading Time: 1 min read
A A
0
Swachh Nagaon I স্বচ্ছ আৰু সেউজ নগাঁও গঢ়াৰ লক্ষ্যৰে নগাঁৱৰ ৰাজপথত নগাঁও পৌৰসভাৰ সজাগতামূলক ৰেলী

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

নগাঁও (Nagaon) চহৰক সম্পূৰ্ণৰূপে আৱৰ্জনা মুক্ত কৰি এখন স্বচ্ছ আৰু সেউজ (Trasparent & Fair)  চহৰ গঢ়াত নাগৰিকৰ সহযোগিতা কামনাৰে আজি সন্ধিয়া নগাঁও পৌৰসভাই এক বিশেষ সজাগতামূলক ৰেলী উলিয়ায় ।http://(Nagaon)

Nagaon
Swachh Nagaon Rally:

সজাগতা ৰেলীত অংশগ্ৰহণ কৰা নগাঁও পৌৰসভাৰ বিষয়ববীয়া, বিষয়া-কৰ্মচাৰীৰ লগতে সচেতন নাগৰিক সকলে নিজৰ মবাইলৰ ফ্লাচ লাইট জ্বলাই চহৰখনত এক দৃষ্টিনন্দন পৰিবেশ সৃষ্টি কৰাৰ লগতে নাগৰিক সকলৰ দৃষ্টি আকৰ্ষণ কৰে ।

Nagaon
উক্ত ৰেলীত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপপৌৰপতি সীমান্ত বৰা, কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজা শৰ্মাৰ লগতে মহলা আয়ুক্ত সকল আৰু পৌৰসভাৰ বিষয়া কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও নগাঁও পৌৰসভাই নগাঁও চহৰখন স্বচ্ছ আৰু সেউজ নগাঁও গঢ়াৰ লক্ষ্যৰে কেতবোৰ যোগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
Tags: Nagaonস্বচ্ছ আৰু সেউজ নগাঁও
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ
National-International

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx