ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Ganja Recovered I লাহৰিজান চাহ বাগানত বুজন পৰিমানৰ গাঞ্জাসহ তিনি সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 29, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

কাৰবি আংলং (Karbi Anglong ) জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিচাযুক্ত সামগ্ৰী সৰবৰাহ কাৰ্য অব্যাহত আছে ৷ চুবৰীয়া ৰাজ্যৰ পৰা মাৰাত্মক ড্ৰাগছৰ পৰা আৰম্ভ কৰি অনান্য নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰাৰ বাবে কাৰবি আংলং নাগালেণ্ড সীমান্তঞ্চলক নিৰাপদ কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও এলেকাটোত আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত প্ৰতিবাৰ সৰবৰাহকাৰীৰ প্ৰচেষ্টা ব্যৰ্থ হৈ আহিছে ৷

Lahorijanp4 | ASSAM TIMES POST
লাহৰিজান চাহ বাগানত বুজন পৰিমানৰ গাঞ্জাসহ তিনি সৰবৰাহকাৰী আটক:

কালি এলেকাটোৰ পুৰণি লাহৰিজানত (Old Lahrijan) প্ৰায় তিনি কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰৰ পিছত আজি পুণৰ লাৰিজান চাহ বাগানত (Larijan Tea Garden) বুজন পৰিমানৰ নিচাযুক্ত গাঞ্জা উদ্ধাৰ (Ganja Recovered) হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত খটখটী থানা (Khatkhati Police station)ৰ উপ-পৰিদৰ্শক নিতুল শইকীয়াৰ (Nitul Saikia) নেতৃত্বত, উপ-পৰিদৰ্শক স্বমধম স্বৰ্গীয়াৰী, সহকাৰী উপপৰিদৰ্শক দীপক বৰা, 20 C বি এন চিআৰপিএফৰ দল আৰু লাহৰিজান দুদুকলনি গাওঁৰক্ষী বাহিনী(খ)ৰ সহযোগত লাহৰিজান নিৰ্মল চাহ বাগানৰ পথত এক নাকা তালাচী বহায় ৷

Ganja Recovered

বিয়লি ১২-৩০ মান বজাত আৰক্ষীক দেখা পাই ৰূপালী ৰঙৰ AS-01-MB-4394 নম্বৰৰ এখন ৱাৰ্ণা বাহন পলাবলৈ চেষ্টা কৰে ৷ তৎক্ষণাৎ অভিযানকাৰী দলটোৱে বাহনখনৰ লগতে বাহনখনত থকা তিনিজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ বাহনখনত তালাচী চলাই অভিযানকাৰী দলটেৱে ৬১ কেজি ৪১০ গ্ৰাম গাঞ্জা উদ্ধাৰ (Ganja recovered) কৰিবলৈ সক্ষম হয়৷

Ganja Recovered

উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে মৰিগাওঁ জিলাৰ জাজৰি থানা এলেকাৰ জাজৰি সৰু মছজিদৰ কাষৰ মহিবুৰ ৰহমান (৩০), দিলদাৰ হুছেইন (২৯) আৰু বাবুল স্বেখ(৪০)ক আটক কৰে বুলি জানিব পৰা গৈছে ৷ অধিক তথ্য আহৰণৰ বাবে ধৃত সৰবৰাহকাৰী তিনিটাক জেৰা অব্যাহত ৰখা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ উদ্ধাৰ হোৱা গাঞ্জাখিনি এনডিপিএছ এক্টৰ অধীনত নিৰপেক্ষ সাক্ষীগণ আৰু বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মৰ উপস্থিতিত জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় পাঁছ লাখ টকা হব বুলি জানিব পৰা গৈছে ৷

Tags: Ganja recoveredLahorijanগাঞ্জা উদ্ধাৰলাহৰিজান
Share4Tweet3Send

Related Posts

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx