ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi I সংসদত অযোগ্যতাৰ পিছত এইবাৰ উচ্ছেদৰ জাননী, ৰাহুল গান্ধীয়ে এৰিব লাগিব চৰকাৰী বাংলো

নিউজ ডেস্কঃ

News Desk by News Desk
March 27, 2023
Reading Time: 1 min read
A A
0
Rahul Gandhi I সংসদত অযোগ্যতাৰ পিছত এইবাৰ উচ্ছেদৰ জাননী, ৰাহুল গান্ধীয়ে এৰিব লাগিব চৰকাৰী বাংলো

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

প্ৰথমতে সাংসদ পদ খাৰিজ, এইবাৰ চৰকাৰী বাংলো এৰাৰ জাননী (Notice of leaving the bungalow)। সোমবাৰে কংগ্রেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক নোটিছ দিলে লোকসভা (Loksabha)ৰ হাউজিং কমিটীয়ে। ২০০৪ চনৰ পৰা লোকসভাৰ সাংসদ আছিল ৰাহুল গান্ধী। সেই সূত্র দিল্লীত ১২ তোঘলক ৰোডত (12, Toglok Road) আছে ৰাহুলৰ বাবে আবণ্টিত চৰকাৰী বাংলো (Government Bungalow)। কিন্তু বিগত ২৩ মার্চত ৰাহুলৰ সাংসদ পদ খাৰিজ কৰে লোকসভাৰ অধ্যক্ষ ওম বিড়লাই।

ৰাহুল গান্ধী
ৰাহুল গান্ধীয়ে এৰিব লাগিব চৰকাৰী বাংলো:

ইয়াৰ পিছতেই উক্ত বাংলো খালী কৰাৰ জাননী দিয়ে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক। আগন্তুক এমাহৰ ভিতৰত খালী কৰিব লাগিব চৰকাৰী আবাস। অৱশ্যে ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত একো জনোৱা নাই।উল্লেখ্য, মোদী উপাধি সন্দৰ্ভত নিয়ে আপত্তিজনক মন্তব্যৰ কাৰণে যোৱা বৃহস্পতিবাৰে ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে গুজৰাটৰ চুৰাট জিলা আদালতে। তাৰেই ভিত্তিত ভাৰতীয় সংবিধানৰ ১০২(১)-ই অনুচ্ছেদ আৰু জনপ্রতিনিধিত্ব আইন (১৯৫১)-ৰ ৮ নম্বৰ অনুচ্ছেদ অনুযায়ী শুকুৰবাৰে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰে লোকসভাৰ অধ্যক্ষই।

Tags: 12Eviction NoticeRahul gandhiToglok Roadউচ্ছেদৰ জাননীৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

by Staff Reporter
April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

by Staff Reporter
April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

by Staff Reporter
April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

by Staff Reporter
April 26, 2026
50
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

by Staff Reporter
April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

by News Desk
April 24, 2026
50
ADVERTISEMENT
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx