ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Cattle smuggling I নগাঁৱত ৩৬ টা চোৰাং গৰুসহ কণ্টেনাৰ জব্দ

জিতেন বৰকটকীঃ নগাঁও

News Desk by News Desk
March 16, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

অসমৰ পৰা অব্যাহত আছে চোৰাং গৰুৰ (Cattle smuggling) সৰবৰাহ। নগাঁৱ (Nagaon)ৰ মাজেৰে মেঘালয় হৈ বাংলাদেশ (Bangladesh)লৈ চলি আছে গৰুৰ চোৰাং সৰবৰাহ। অসমৰ বিভিন্ন স্থানৰ পৰা বিশেষকৈ উত্তৰ আৰু উজনি অসমৰ পৰা নগাঁও বাইপাচ পথেৰে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ হয় চোৰাং গৰু।

আজি পুনৰ নগাঁৱৰ বৰঘাট আৰক্ষী (Nagaon Barghat Police) পহৰা চকীৰ আৰক্ষীয়ে গৰুভৰ্তি বৃহৎ এখন কনটেইনাৰ জব্দ (Container seized) কৰে । উজনি অসমৰ পৰা নগাঁও হৈ মেঘালয় অভিমুখে গৈ থকা অৱস্থাত এখন গৰুভৰ্তি কন্টেনাৰ গাড়ী আজি নগাঁৱত জব্দ হোৱাৰ পাচত এই তথ্য পোহৰলৈ আহে ।

গৰুসহ কণ্টেনাৰ জব্দ:
নগাঁৱত চোৰাং গৰুসহ কণ্টেনাৰ জব্দ:

আজি নগাঁও আৰক্ষীৰ অভিযানত জব্দ হয় চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি এখন কন্টেনাৰ গাড়ী। নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই মেঘালয় অভিমুখে গৈ থকা অৱস্থাত গৰুভৰ্তি কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে খেদি খেদি জব্দ কৰে এ এছ-২৫ ই চি ৩৩৪১ নম্বৰৰ গৰু ভৰ্ত্তি কণ্টেনাৰখন। আৰক্ষীয়ে কণ্টেনাৰখনৰ চালক ৰফিকুল ইছলামক আটক কৰিবলৈ সক্ষম হয়।

nagaonp 3 | ASSAM TIMES POST

ধৃত ৰফিকুল ইছলাম (Rafiqul Islam)ৰ ঘৰ পশ্চিম গাৰোপাহাৰৰ ভাঙ্গাপাৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে কন্টেনাৰখনৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা ৩৬ টা গৰু জব্দ কৰে। চিলাপথাৰৰ পৰা কৌশলেৰে কন্টেনাৰখনত ভৰাই সৰবৰাহকাৰীয়ে গৰু সমূহ মেঘালয়লৈ নিয়াৰ চেষ্টা চলাইছিল যদিও নগাঁও আৰক্ষীয়ে তৎপৰতাৰে কন্টেনাৰসহ গৰুসমূহ জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বিগত সময়ত চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে গৰু সৰবৰাহৰ ক্ষেত্ৰত বিলাসী বাহন, নৈশবাছৰ লগতে ৰোগী কঢ়িওৱা এম্বুলেন্স আদিও ব্যৱহাৰ কৰি আহিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NagaonSmuggled cattleচোৰাং গৰুনগাঁও
Share4Tweet3Send

Related Posts

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ
Assam

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

by News Desk
October 5, 2026
50
Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল
Assam

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

by News Desk
October 5, 2026
50
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
Assam

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ

by News Desk
October 5, 2026
50
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

by News Desk
October 4, 2026
51
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
51
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

by News Desk
October 3, 2026
52
ADVERTISEMENT
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

October 5, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

October 5, 2026
50
Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ
Assam

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

October 5, 2026
50
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

October 5, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

October 5, 2026
Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d