ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাজানত বৃহৎ পৰিমাণৰ কুণ্ডা ভৰ্তি ট্ৰাক জব্দ

ASSAM TIMES POST by ASSAM TIMES POST
November 25, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ পুনৰ কাৰবি আংলঙ জিলাত পোহৰলৈ আহিছে অবাধ হাৰত বন ধ্বংস কাৰ্য ৷আজি বোকাজানৰ ডাৰোগা বাগানত বাগানৰ একাংশ যুৱকে দুখন টাটা ডি.আই গাড়ী সন্দেহৱশত ৰখাই সোধাপোছা কৰোতেই গাড়ী দুখনত মূল্যবান চেগুন কাঠৰ কুণ্ডা থকাৰ কথা পোহৰলৈ আহে ৷

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

6c17d025 1085 4768 82f8 8f9d0a785d42 | ASSAM TIMES POST

যুৱক সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আজি কিছুদিনৰ পৰা ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ বাগানৰ পথেৰে শাক-পাচলি সৰু সৰু গাড়ীত লৈ যায় বুলিয়েই তেওঁলোকে জানিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত বাগানৰ মাজেৰে বাইক,সৰু-ডাঙৰ ট্ৰাকৰ সঘন অহা-যোৱা তেওঁলোকৰ দৃষ্টিগোচৰ হোৱাত নিৰাপত্তাৰ স্বাৰ্থত ৰাতি পহৰা দিয়াৰ সময়তে আজি পুৱা ড্ৰাইভাৰ সহ এএছ-০৯-চি-৮৮৯৩ আৰু এএছ-০৯-এচি-২২৭০ নম্বৰৰ টাটা ডি.আই. গাড়ী দুখন তেওঁলোকে জব্দ কৰি আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে ৷

704169ca 805a 4080 ab41 30895fa4148c | ASSAM TIMES POST

আৰক্ষীৰ লোক উপস্থিত হৈ গাড়ী দুখন চমজি লয় যদিও বন বিভাগৰ লোক বহু পলমকৈহে উপস্থিত হয় ৷ ইপিনে যুৱক সকলে জনোৱা মতে জনৈক জালাল ,কাৰ্তিক , চাইফুল আৰু বিশ্বাস নামৰ লোক কেইজনৰ নেতৃত্বত গাড়ী দুখন নগালেণ্ডলৈ গৈ আছিল ৷

17ca2950 e0ba 4b8f aa82 7fb60f3067bb | ASSAM TIMES POST

আৰক্ষীয়ে ড্ৰাইভাৰসহ গাড়ী দুখন বোকাজান আৰক্ষী থানালৈ লৈ অনাৰ লগতে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। উল্লেখ যোগ্য যে , দুষ্ট চক্ৰই ন্যায়ালয়ৰ কঠোৰ আইনকো ভেঙুচালি কি দৰে বন ধ্বংসৰ দৰে দুষ্কাৰ্যত লিপ্ত হব পাৰিছে সেয়া এক ৰহস্যৰ আৱৰ্তত ৷

Tags: FeaturedFeatured2karbi anglong
Share10Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি
National-International

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

June 15, 2026
50
Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু
National-International

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

June 15, 2026
50
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

June 15, 2026
Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

June 15, 2026
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx