ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত একেদিনাই ১৪ টা পথ মুকলি কৰিলে বিধায়ক ৰূপক শৰ্মাইঃ যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ অবিহনে প্ৰকৃতাৰ্থত উন্নয়ণ কেতিয়াও বাস্তৱায়িত নহয়ঃ: বিধায়ক ৰূপক শৰ্মা

ASSAM TIMES POST by ASSAM TIMES POST
November 25, 2019
Reading Time: 1 min read
A A
0
নগাঁৱত একেদিনাই ১৪ টা পথ মুকলি কৰিলে বিধায়ক ৰূপক শৰ্মাইঃ যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ অবিহনে প্ৰকৃতাৰ্থত উন্নয়ণ কেতিয়াও বাস্তৱায়িত নহয়ঃ: বিধায়ক ৰূপক শৰ্মা

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ অসম চৰকাৰৰ ” স্বাক্ষৰিক প্ৰকল্প” আৰু” ৰাজ্যৰ স্ব- শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আচঁনিৰ অধীনত নগাঁও চহৰৰ বিভিন্ন স্থানত নিৰ্মান সম্পূর্ণ হোৱা ১৪ টাকৈ পথ আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উদ্ধোধন কৰে।পথ সমূহ উদ্ধোধন কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ অবিহনে প্ৰকৃতাৰ্থত উন্নয়ণ কেতিয়াও বাস্তৱায়িত নহয়।

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

8221eb20 97bd 424a 8062 800406809d5d | ASSAM TIMES POST

সেয়েহে বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ সমান্তৰালকৈ নগাঁও সদৰ সমষ্টিটো বিগত সময়ছোৱাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত পোৱা অসুবিধাসমূহ দূৰীকৰণৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ।

ইতিমধ্যে নগাঁও সদৰ সমষ্টিৰ বাট-পথৰ উন্নয়ণৰ বাবে হাতত লোৱা যথেষ্ট খিনি কাম সম্পূৰ্ণ হৈছে আৰু অতি কম সময়ৰ ভিতৰতে যোগাযোগ তথা যাতায়তৰ ক্ষেত্ৰত পোৱা সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাব পাৰিম বুলি আশাবাদী।

a57f22c9 aa46 4b83 91ff 78f58afd4931 | ASSAM TIMES POST

এই ক্ষেত্ৰত ৰাইজৰ সহায় -সহযোগিতাও আমাক লাগিব। বিধায়ক ৰূপক শৰ্মাই আজি “স্বাক্ষৰিক প্ৰকল্পৰ” অধীনত নিৰ্মিত নগাঁও চহৰৰ ছয় আলিৰ শিৱনগৰ পথ, মৰিকলঙৰ লীলাধৰ কটকী পথ,পানীগাঁৱৰ আই টি আই বজাৰ পথ, হয়বৰগাঁৱৰ প্ৰফেচাৰ কলনী পথ, খুটিকটীয়াৰ শিৱমন্দিৰ পথ আৰু লগতে “ৰাজ্যৰ স্ব- শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আচঁনি”ৰ অধীনত নিৰ্মিত আনন্দ নগৰ পথ, জ্যোতি নগৰ পথ, পিয়লি ফুকন পথ, বিমলা বৰা পথ, কালি মন্দিৰ পথ, ভূপেন হাজৰিকা পথ(খুটিকটীয়া,) ভূপেন হাজৰিকা পথ(লক্ষীনগৰ) আৰু লোহিত নগৰ পথ ৰাইজৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
50
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx