ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কলা-সাহিত্য প্ৰতিযোগিতা সম্পন্ন

ASSAM TIMES POST by ASSAM TIMES POST
November 24, 2019
Reading Time: 1 min read
A A
0
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ গুৰুকুল গ্ল’বেল একাডেমীৰ উদ্যোগত আৰু শ্বেমৰক কিডছ গুৰুকুল বিদ্যালয়ৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেওবাৰে কলা-সাহিত্যৰ এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শ্বেমৰক কিডছ গুৰুকুল বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাসমূহত ইউকেজিৰ পৰা সপ্তম শ্ৰেণীলৈকে মুঠ তিনিটা শাখাত দুই শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।

ক শাখা (ইউকেজি)ৰ চিত্ৰাংকন প্ৰতিযোগিতাত শ্বেমৰক কিডছ গুৰুকুলৰ শ্বেখ ৱালিয়া চাদিক প্ৰথম, শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ অনুস্মিতা গোহাঁই আৰু আৰপিকা বৰুৱাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। ইফালে একেটা শাখাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত কিডজী স্কুলৰ দেৱৰাজ পাল প্ৰথম আৰু শ্বেমৰক স্কুলৰ অজস্বী বাহেটী আৰু আয়ুস হাজৰিকাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। ইফালে খ শাখাত (প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ ) অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ গৌৰাংগদীপ শইকীয়াই প্ৰথম, একেখন বিদ্যালয়ৰ বিকি দাস আৰু ৰিয়া কুমাৰী ঠাকুৰে যুটীয়াভাৱে দ্বিতীয় আৰু আয়নজ্যোতি কৌশিক আৰু দৰ্শনা মৰাঙে যুটীয়াভাৱে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে একেটা শাখাৰ কাৰ্ড মেকিং প্ৰতিযোগিতাত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ কাশ্যপী কৌশিক প্ৰথম আৰু মুস্তাফিজ ফাৰহান তৃতীয় আৰু শ্বেমৰক স্কুলৰ দিব্যাংশ আগৰৱালা দ্বিতীয় হয়। খ শাখাত অনুষ্ঠিত কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰে আদ্ৰিজা বৰকটকী, ঐশ্বৰ্য ৰাজ গগৈ আৰু সদ্যস্নাতা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। আনহাতে চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ গ শাখাত অনুষ্ঠিত কৰা প’ষ্টাৰ তৈয়াৰ কৰা প্ৰতিযোগিতাত শ্বেমৰক স্কুলৰ শিৱাংগী টোডী প্ৰথম, মহাত্মা বাল্য ভৱন বিদ্যালয়ৰ মেঘৰাগিণী বৰা আৰু সীমান্ত গগৈ যুটীয়াভাৱে দ্বিতীয় আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ চুইটি পাল আৰু মাৰ্শ্বনীল একাডেমীৰ অদিতি উপাধ্যায় যুটীয়াভাৱে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

একেটা শাখাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত শ্বেমৰক স্কুলৰ লোপামুদ্ৰা বৰা প্ৰথম, কুশল কোঁৱৰ বাল্য ভৱন বিদ্যালয়ৰ গায়ত্ৰী কুৰ্মী দ্বিতীয় আৰু মহাত্মা বাল্য ভৱনৰ মেঘৰাগিণী বৰাই তৃতীয় স্থান লাভ কৰে। আনহাতে বেষ্ট আউট অৱ ৱেইষ্ট শীৰ্ষক প্ৰতিযোগিতাত শ্বেমৰক কিডছ গুৰুকুলৰ সম্পূৰ্ণা বৰ্মন, বিচমিৎ সিং আৰু অনিমেশ কাশ্যপে শীৰ্ষ তিনিটা স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। বিজয়ী প্ৰতিযোগীসকলক একোটিকৈ মেমেণ্ট আৰু মানপত্ৰ আৰু বাকীসকলক অংশ গ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। কাৰ্যসূচীত ৰামস্বৰূপ লডিয়া, সঞ্চালক সঞ্জয় টোডী, গুৰুকুল গ্ল’বেল একাডেমীৰ সহযোগী নীতিন আৰু বিবেক লডিয়া, যতীশ আৰু ৰোহিত টোডী, শ্বেমৰক স্কুলৰ অধ্যক্ষ ৰিংকু টোডী, চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক তৰুণ চন্দ্ৰ বৰদলৈ আদি উপস্থিত থাকে। গুৰুকুল গ্ল’বেল একাডেমীৰ অধ্যক্ষ জে শ্ৰীনিবাস ৰাওৱে সকলো প্ৰতিযোগীক শুভেচ্ছা জ্ঞাপন কৰে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
ADVERTISEMENT
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx