ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sexual harassment I শিশুৰ নীলা ছবি, ভিডিঅ’ অনলাইনত ভাইৰেল! মধ্যপ্ৰদেশত চিনাক্ত ৩০ হাজাৰ অভিযুক্ত

নিউজ ডেস্কঃ

News Desk by News Desk
February 28, 2023
Reading Time: 1 min read
A A
0
Sexual harassment I শিশুৰ নীলা ছবি, ভিডিঅ’ অনলাইনত ভাইৰেল! মধ্যপ্ৰদেশত চিনাক্ত ৩০ হাজাৰ অভিযুক্ত

RELATED POSTS

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

মধ্যপ্ৰদেশ (Madhya Pradesh)ৰ ৩০ হাজাৰৰো অধিক বাসিন্দাই শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ (Sexual harassment) বিভিন্ন ভিডিঅ’ আৰু নীলা ছবি (Blue Film) ছচিয়েল মিডিয়াত শ্বেয়াৰ (Shared on social media) কৰিছে। নেচনেল চেণ্টাৰ ফৰ মিছিং এণ্ড এক্সপ্লোইটেড চিলড্ৰেন (এনচিএমইচি) নামৰ আমেৰিকাৰ এটা বেচৰকাৰী সংস্থাই সেই বাসিন্দাসকলক চিনাক্ত কৰা বুলি দাবী কৰে।

শিশুৰ নীলা ছবি
শিশুৰ নীলা ছবি, ভিডিঅ’ অনলাইনত ভাইৰেল:

এনচিএমইচিৰ তথ্যৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব মধ্যপ্ৰদেশ আৰক্ষীয়ে। মঙলবাৰে দেশৰ এখন বাতৰিকাকতত এনে দাবী উত্থাপন হৈছে।‘টাইমছ অব ইণ্ডিয়াʼত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, মধ্যপ্ৰদেশত শিশুৰ বিষয়ে অনলাইনত অশ্লীল উপাদান ডাউনলোড, আপলোড আৰু শ্বেয়াৰ কৰাৰ অভিযোগত আৰক্ষীয়ে ৪ হাজাৰৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে।

বাকী ২৬ হাজাৰ অভিযুক্তৰ তথ্যৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে। ৪ হাজাৰৰো অধিক অভিযুক্তৰ ভিতৰত ২০০০ ইন্দোৰৰ বাসিন্দা। আনহাতে, ভূপালত ১০০০ আৰু ৰাজ্যৰ গোৱালিয়ৰ, ধৰ আৰু খাৰগোণৰ মাজৰ আন চহৰবোৰত ৫০০ৰ পৰা ৬০০টা এনে গোচৰ আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

নিৰুদ্দেশ হোৱা শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ তথ্য এনচিএমইচিৰ পৰা লাভ কৰিবলৈ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল। তেতিয়াৰ পৰাই এনচিএমইচিয়ে ‘চাইবাৰ্টিপলাইন ৰিপোৰ্ট’ নামেৰে এনে তথ্য এনচিআৰবিক গতাই দি আহিছে।

শেহতীয়াকৈ এনচিআৰবিয়ে আমেৰিকাৰ সংস্থাটোৰ পৰা এনে বিষয়বস্তু চোৱা ৩০ হাজাৰতকৈ অধিক অভিযুক্ত ব্যক্তিৰ স্থান, আইপি ঠিকনা আৰু ডিভাইচৰ বিষয়ে তথ্য লাভ কৰিছে। ইয়াৰ পিছত মধ্যপ্ৰদেশৰ চাইবাৰ ক্ৰাইম শাখাৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয়। এই তথ্যৰ ভিত্তিত মধ্যপ্ৰদেশৰ বিভিন্ন আৰক্ষী অধীক্ষকে তেওঁলোকক ব্যৱস্থা গ্ৰহণৰ বাবে লাভ কৰিছে।

নাম প্ৰকাশ নোপোৱা মধ্যপ্ৰদেশ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই ‘দ্য টাইমছ অব ইণ্ডিয়া’ক কয়, “৪ হাজাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো অতি কঠিন আৰু সময়সাপেক্ষ কাম। ভিডিঅ’বোৰত দেখা পোৱা শিশুকেইটা অন্য দেশৰ। বিভিন্ন ছচিয়েল মিডিয়াত ডাউনলোড, আপলোড আৰু শ্বেয়াৰ কৰা হৈছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Blue picture of childrenMadhya Pradeshমধ্যপ্ৰদেশশিশুৰ নীলা ছবি
Share5Tweet3Send

Related Posts

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

by News Desk
August 22, 2026
51
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

by News Desk
August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

by News Desk
August 22, 2026
51
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

52
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
58
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d