ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ছাদেন ভিজিত মুখ্যমন্ত্ৰীৰ গৃহ জিলাতঃ অব্যৱস্থা দেখি মন্ত্ৰীৰ ধমক

ASSAM TIMES POST by ASSAM TIMES POST
November 22, 2019
Reading Time: 1 min read
A A
0
ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ছাদেন ভিজিত মুখ্যমন্ত্ৰীৰ গৃহ জিলাতঃ অব্যৱস্থা দেখি মন্ত্ৰীৰ ধমক

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ আজি সকলোকে হতবাক কৰি হঠাৎ মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ বিদ্যালয়ে বিদ্যালয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ সিদ্ধাৰ্থ ভট্টচাৰ্যই আকস্মিক পৰিৰ্দশন কৰে।মন্ত্ৰীগৰাকীৰ এনে আকস্মিক পৰিদৰ্শনত সকলোৰে তৎ নোহোৱা অৱস্থা হয়।মন্ত্ৰীগৰাকীয়ে এনেদৰে পৰিদৰ্শন কৰাৰ মূলত উদ্দেশ্য আছিল বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ব্যৱস্থাৰ তদাৰক কৰা আৰু নিজে প্ৰত্যক্ষ কৰি বিশেষ ভাৱে ইয়াৰ গুণগত মানদণ্ড পৰীক্ষা কৰাৰ বাবেই এই ছাডেন ভিজিট।

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Assam Announces Supplementary Exams for Higher Secondary Students

সেয়ে আজি পুৱাই মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই জিলাখনৰ লাহোৱাল ব্লকৰ অধীনৰ চহৰৰ গ্ৰেহেম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়,পল্টন বজাৰ প্ৰাথমিক বিদ্যালয়, বৰবাৰী প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ত মন্ত্ৰীগৰাকীয়ে এনে ছাডেন ভিজিট দিয়ে।পৰিদৰ্শনৰ সময়ত সকলোতে অব্যৱস্থা দেখি বিদ্যালয়ৰ অধ্যক্ষ,শিক্ষক সমাজক ধমক দিয়ে মন্ত্ৰীগৰাকীয়ে।বিদ্যালয়সমূহত পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকক কয় যে পৰিদৰ্শন কৰা সকলো বিদ্যালয়তে অৱ্যবস্থাৰে পৰিপূৰ্ণ।পুষ্টিকৰ খাদ্য হিচাপে ছাত্ৰ-ছাত্ৰীক সপ্তাহত তিনিদিন কনী দিব লাগে যদিও খাদ্যৰ তালিকামতে কেৱল মাহত এদিনহে দিয়া হয়।

5a14d3a1 3d0a 4c45 b2a1 0b0fee1fe013 | ASSAM TIMES POST

তাৰোপৰি প্ৰয়োজনতকৈ অত্যধিক চাউল মজুত ৰখা হৈছে।তেন্তে কেনেদৰে সেই চাউল, কি হিচাপত বিদ্যালয় খনলৈ আহিল?সেয়া যথেষ্ট সন্দেহৰ অৱকাশ আছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিব দিয়ে।তেঁও আৰু কয় গুদামত মজুত ৰখা চাউলত পইটাচুৰা আৰু নিগনিৰ উপদ্ৰব।সেই অস্বাস্থ্যকৰ পৰিবেশত থকা চাউলকে কণ-কণ ছাত্ৰ-ছাত্ৰীক খাবলৈ দিয়া হৈছে।বহু অভিভাৱক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য হোৱা স্বত্বেও কিন্তু একো প্ৰতিবাদ কৰা নাই,সেয়াও বিচাৰ্যৰ বিষয়।

চৰকাৰে এই সকলো দিশ পৰীক্ষা কৰি বিহিত ব্যবস্থা গ্ৰহন কৰিব।মূল্যাংকন বহীত চাউলৰ হিচাপ থকাতো কেনে ধৰনৰ কথা হব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।কেৱল ডিব্ৰুগড়ৰেই নহয়, অসমৰ প্ৰত্যেক জিলালৈ যাব মন্ত্ৰীগৰাকী আৰু এনেদৰেই সকলো ব্যৱস্থাৰ বিষয়ে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি যাৱতীয় পদক্ষেপ গ্ৰহন কৰাৰ বিষয়ে আস্বাস প্ৰদান কৰে।এই ব্যৱস্থাৰ বিৰুদ্ধে অভিভাৱকৰ হস্তক্ষেপো বিচাৰিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।পাছে লক্ষ্যণীয় যে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা ব্যক্তিগতকৰণ কৰি যি বেচৰকাৰী সংস্থাক গতাই দিয়া হল আৰু সেই খাদ্যৰ গুণগত মানক লৈ ৰাজ্যত প্ৰবল বিৰোধীতা, প্ৰতিবাদ অব্যাহত থকাৰ সময়তে চৰকাৰৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে বিশেষভাবে কেবল স্কুলৰ মধ্যাহ্ন ভোজন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কিয় চলাব লগা হ’ল,তাকে লৈ বহু প্ৰশ্নই দোলা দি গ’ল সচেতন লোকৰ মাজত।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
50
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx