ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court I আদানিকাণ্ডৰ গোচৰৰ বিশেষজ্ঞ তদন্তৰ বাবে কেন্দ্ৰৰ ‘চৰ্ত’ নাকচ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 17, 2023
Reading Time: 1 min read
A A
0
Supreme Court I আদানিকাণ্ডৰ গোচৰৰ বিশেষজ্ঞ তদন্তৰ বাবে কেন্দ্ৰৰ ‘চৰ্ত’ নাকচ উচ্চতম ন্যায়ালয়ৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ অর্থনীতিত বাণিজ্যৰ প্রভাৱ চোৱা-চিতা কৰিবলৈ বিশেষজ্ঞ সমিতি গঠনৰ (Formation of expert committee) চর্ত সম্পূর্ণৰূপে নাকচ (Condition rejection) কৰে উচ্চতম ন্যায়ালয়ে (Supreme Court of India)৷ শুকুৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ (Chief Justice DY Chandrachud) নেতৃত্বত এখন বিচাৰপীঠে কয় যে ক’ভাৰ লেটাৰত বিশেষজ্ঞ সমিতিৰ সদস্যসকলৰ নাম দাখিল কৰাৰ চৰ্ত মানি চলিলে সমগ্ৰ প্ৰক্ৰিয়াটোৰ স্বচ্ছতা বজাই ৰখা নহʼব।

chandra1 1 | ASSAM TIMES POST
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ:

উল্লেখ্য, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে যোৱা শনিবাৰে এখন বিশেষজ্ঞ সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল যাতে আদানী সংকটৰ (Adani Crisis) বাবে ভাৰতীয় বিনিয়োগকাৰীৰ কোনো ক্ষতি নহয়। ইয়াৰ পিছতে সোমবাৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই জনায় যে তেওঁলোকে তিনিটা চৰ্তৰ ভিত্তিত বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।

প্ৰথমে কমিটীৰ সদস্য হʼব পৰা বিশেষজ্ঞসকলক চৰকাৰে নিৰ্ধাৰণ কৰি বন্ধখামত উচ্চতম ন্যায়ালয়ত জমা দিব। দ্বিতীয়তে বিশেষজ্ঞ সমিতিৰ ‘বিচাৰ্য বিষয়’ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লʼব। তৃতীয়তে, এইটো নিশ্চিত কৰিব লাগিব যে ষ্টক মাৰ্কেটৰ নিয়ন্ত্ৰক ‘চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অৱ ইণ্ডিয়া’ই (SEBI) পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম বুলি যাতে কোনো বাৰ্তা নাযায়!

শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশ চন্দ্ৰচুৰে গোচৰটোৰ কেন্দ্ৰৰ অধিবক্তা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয় যে ছেবিত আঘাত কৰাটো উচ্চতম ন্যায়ালয়ৰ উদ্দেশ্য নাছিল। তেওঁ কয়, “আমি কোনো নিয়ন্ত্ৰণকাৰী সংস্থাৰ সুনাম কলংকিত কৰিব নিবিচাৰো। আলোচনা বিচাৰো।” কিন্তু আদানী গোচৰ (Adani case)ত মোদী চৰকাৰৰ ‘গোপনীয়তাৰ নীতি’ যে স্বচ্ছতাৰ পৰিপন্থী, সেই কথা শুকুৰবাৰে স্পষ্টভাৱে উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে ।

Tags: Chief Justice DY Chandrachudsupreme courtউচ্চতম ন্যায়ালয়মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়
Share4Tweet3Send

Related Posts

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT