ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Road accidents I গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ মহিলাসহ ৭ জনৰ মৃত্যু, আহত ৮

নিউজ ডেস্কঃ

News Desk by News Desk
February 17, 2023
Reading Time: 1 min read
A A
0
Road accidents I গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ মহিলাসহ ৭ জনৰ মৃত্যু, আহত ৮

RELATED POSTS

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

গুজৰাটৰ পাটানত (Patan in Gujarat) ভয়ংকৰ পথ দুৰ্ঘটনা (Road accidents)ত ৭ জন লোকে প্ৰাণ (7 Death) হেৰুৱায়। আনহাতে, আন ৮ জন আহত হয়। আহত আটাইকেইজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, ৰাধানপুৰ-ভাৰাহী ৰাষ্ট্ৰীয় ঘাইপথত এখন জীপ আৰু এখন ট্ৰাকৰ সংঘৰ্ষ হয়। 

 পথ দুৰ্ঘটনা
গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা:

১৬ জন যাত্ৰীসহ এখন জীপ মতি পিপলি গাঁৱৰ মাজেৰে গৈ থকা অৱস্থাত জীপ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে।ট্ৰাকখন বিপৰীত দিশত গৈ আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত জীপখনৰ সন্মুখৰ অংশটো চেপেটা হৈ যায়। ৪ জন লোকৰ থিতাতে মৃত্যু হয়। চিকিৎসালয়লৈ যোৱাৰ পথত আন ৩ জনে প্ৰাণ হেৰুৱায়। নিহতসকলৰ ভিতৰত এটি ৭ বছৰীয়া শিশুও আছে। আহতসকলক আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ট্ৰাক আৰু জীপ চালকজনৰ বিৰুদ্ধে মটৰ গাড়ী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। চিচিটিভিৰ ফুটেজৰ পৰা বিষয়টোৰ তদন্ত অব্যাহত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GujratRoad accidentsগুজৰাটপথ দুৰ্ঘটনাঃ
Share4Tweet3Send

Related Posts

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

by News Desk
September 21, 2026
50
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ
National-International

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

by News Desk
September 21, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

by News Desk
September 19, 2026
52
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

by News Desk
September 19, 2026
53
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ
National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

by News Desk
September 19, 2026
51
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

by News Desk
September 18, 2026
51
ADVERTISEMENT
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

September 21, 2026
50
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ
National-International

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

September 21, 2026
50
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

September 21, 2026
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

September 21, 2026
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d