ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon I নগাঁৱৰ খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ৰ ‘ৰাইজৰ উৎসৱ’ত বিধায়ক ৰূপক শৰ্মা

জিতেন বৰকটকী:

ASSAM TIMES POST by ASSAM TIMES POST
February 15, 2023
Reading Time: 1 min read
A A
0
Nagaon I নগাঁৱৰ খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ৰ ‘ৰাইজৰ উৎসৱ’ত বিধায়ক ৰূপক শৰ্মা

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

নগাঁও, ১৫ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ সদৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মিলনপুৰস্থিত খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ত আজি অনুষ্ঠিত “ৰাইজৰ উৎসৱ” কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sarma)।

ৰাইজৰ উৎসৱ'
নগাঁৱৰ ৰাইজৰ উৎসৱ’ত বিধায়ক ৰূপক শৰ্মা:

উল্লেখ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকা সকলৰ মাজত এক সু-সমন্ধ গঢ়ি তোলাৰ উদ্দেশ্যে শিক্ষা বিভাগৰ উদ্যোগত “ৰাইজৰ উৎসৱ” কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৰাইজৰ উৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শর্মাই বৰ্তমানৰ চৰকাৰখনে শিক্ষা ক্ষেত্ৰত আমূল পৰিৱর্তন অনা বুলি উল্লেখ্য কৰি লগতে কয় যে শিক্ষা হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ।

WhatsApp Image 2023 02 15 at 10.06.20 PM | ASSAM TIMES POSTশিক্ষাৰ দ্বাৰাহে সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰাটো সম্ভৱ । সেয়ে সমাজৰ প্ৰতিজন মানুহ শিক্ষিত হোৱাটো অতিকৈ প্ৰয়োজন । বিধায়ক শৰ্মাই শিক্ষক সকলক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় । মিলনপুৰ সমল কেন্দ্ৰৰ সমন্বয়ক মনালিছা বৰাই আঁত ধৰা অনুষ্ঠানত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা )প্ৰশান্ত বৰুৱা আৰু নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথেও ভাষন দিয়ে ।

d3ed2c8a b143 432f bd7e 4d667a60c6a4 | ASSAM TIMES POSTসভাত নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক দেৱেন চন্দ্ৰ লহকৰ, জ্যেষ্ঠ সাংবাদিক জিতেন বৰকটকী, ডিপিঅ এফ এল এম প্ৰশান্তি বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । আনহাতে মিলনপুৰস্থিত খাগৰিজান নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত “ৰাইজৰ উৎসৱ”ৰ কাৰ্যসূচীত কানু লস্কৰৰ পৰিচালনাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্র-ছাত্ৰী সকলে বাল্য বিবাহৰ সজাগতা ওপৰত এখনি বাটৰ নাট পৰিবেশন কৰে।

সভাত ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ বিভিন্ন প্ৰতিযোগিতাত স্হান লাভ কৰা ছাত্ৰ-ছাত্রী সকলক বঁটা সমূহ প্ৰদান কৰা হয় । আনহাতে ৰাইজৰ উৎসৱৰ লগত সংগতি ৰাখি মণ্ডল সমল কেন্দ্ৰটোৰ অধীনস্হ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্রী সকলে নিৰ্মান কৰা প্ৰকল্পৰে আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে সাহিত্যিক ৰতিমোহন নাথে।

Tags: নগাঁওবিধায়ক ৰূপক শৰ্মাৰাইজৰ উৎসৱ
Share4Tweet3Send

Related Posts

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
ADVERTISEMENT
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx