ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BBC I সংবাদ মাধ্যমক ভয় খুৱাবলৈ চেষ্টা কৰা হৈছে”! বিবিচিৰ কাৰ্যালয়ত আয়কৰৰ ‘সমীক্ষাʼক গৰিহণা গিল্ডৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 15, 2023
Reading Time: 1 min read
A A
0
BBC I সংবাদ মাধ্যমক ভয় খুৱাবলৈ চেষ্টা কৰা হৈছে”! বিবিচিৰ কাৰ্যালয়ত আয়কৰৰ ‘সমীক্ষাʼক গৰিহণা গিল্ডৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেচনৰ (বিবিচি) (British Broadcasting Corporation) দিল্লী আৰু মুম্বাই কাৰ্যালয়ত আয়কৰ বিভাগে কৰা “তদন্ত”ক লৈ ভাৰতীয় সংবাদ মাধ্যমসমূহৰ সম্পাদকসকলৰ সংগঠন ইণ্ডিয়ান এডিটৰ্চ গিল্ডে (Editors Guild) “গভীৰ উদ্বেগ” প্ৰকাশ কৰিছে।প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই (Press Club of India) মঙলবাৰে বিবিচিৰ

বিবিচি
বিবিচিৰ কাৰ্যালয়ত আয়কৰৰ ‘সমীক্ষাʼক গৰিহণা গিল্ডৰ:
কাৰ্যালয়ত আয়কৰৰ ‘সমীক্ষাʼক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰে।
ইণ্ডিয়ান এডিটৰ্চ গিল্ডে এক বিবৃতিত কয় যে চৰকাৰী সংস্থাসমূহে চৰকাৰক সমালোচনা কৰা সংবাদ মাধ্যমক ভয় দেখুৱাই হাৰাশাস্তি কৰাৰ প্ৰৱণতা অব্যাহত থকাৰ বাবে আমি হতাশ হৈছো।
বিবিচিৰ দৰে সুপৰিচিত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ওপৰত চৰকাৰী সংস্থাৰ আক্ৰমণে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ ভাবমূৰ্তি কলংকিত কৰিব বুলি অভিযোগ উত্থাপন কৰিছে প্ৰেছ ক্লাব অৱ ইণ্ডিয়াই। বিবৃতিটোত কোৱা হৈছে যে আমি চৰকাৰক আহ্বান জনাইছো যে ইয়াৰ সংস্থাসমূহে সংবাদ মাধ্যমক ভয় খুৱাবলৈ ক্ষমতাৰ অপব্যৱহাৰ কৰাটো বন্ধ কৰক।
উল্লেখ্য, মোদীৰ তথ্যচিত্ৰক লৈ বিতৰ্কৰ মাজতে বিবিচিৰ কাৰ্যালয়ত এই আয়কৰ ‘সমীক্ষা’ সংঘটিত হৈছিল। কেইসপ্তাহমানৰ আগতে মোদী চৰকাৰে বিবিচিৰ তথ্যচিত্ৰ ‘ইণ্ডিয়া: দা মোদী কোৱেশ্চনʼৰ প্ৰদৰ্শন বন্ধ কৰিবলৈ ‘তৎপৰতা’ আৰম্ভ কৰিছিল। একঘণ্টীয়া তথ্যচিত্ৰখনত দুটা দশক পূৰ্বে তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) কাৰ্যকালত গোধৰা কাণ্ড আৰু তাৰ পাছৰ সাম্প্ৰদায়িক হিংসাৰ ওপৰত আলোকপাত কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিৰে পৰাই ‘দা মোদী কোৱেশ্চনʼ (The Modi Question) ক লৈ আপত্তি কৰি আহিছে। ইয়াক ‘অপপ্ৰচাৰ’ বুলি অভিহিত কৰি এই তথ্যচিত্ৰখন ঔপনিৱেশিক মানসিকতাৰ পৰাই সৃষ্টি কৰা বুলি দাবী কৰা হৈছিল।যদিও বিবিচিয়ে দাবী কৰিছে, যথেষ্ট গৱেষণাৰ অন্তত এই তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে।
এই পৰিস্থিতিত জানুৱাৰী মাহৰ শেষৰ ফালে কেন্দ্ৰই ইউটিউব আৰু টুইটাৰক ছচিয়েল মিডিয়াৰ পৰা বিবিচিৰ তথ্যচিত্ৰৰ লিংক আঁতৰাবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰি কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ক আই টি নিয়ম ২০২১ৰ জৰুৰীকালীন ক্ষমতা আৰোপ কৰি কেইবাটাও টুইট উঠাই দিবলৈও নিৰ্দেশ দিয়া হৈছিল। সেই সময়ত জে এন ইউকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানত তথ্যচিত্ৰ প্ৰদৰ্শন বন্ধ কৰিবলৈ চৰকাৰৰ ‘তৎপৰতা’ চকুত পৰিছিল।

কংগ্ৰেছকে ধৰি বিৰোধী নেতাসকলে তেতিয়াৰ পৰাই বিষয়টোক ‘চেন্সৰশ্বিপ’ বুলি অভিহিত কৰি আহিছে। মঙলবাৰে বিবিচিৰ কাৰ্যালয়ত আয়কৰ অভিযানত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ (Jairam Ramesh) প্ৰতিক্ৰিয়া- “দেশত অঘোষিত জৰুৰীকালীন অৱস্থা চলিছে।”

Tags: বিবিচি
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT