ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

নিউজ ডেস্কঃ

News Desk by News Desk
June 23, 2026
Reading Time: 1 min read
A A
0
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

ৰাজস্থানৰ জয়পুৰ (Jaipur of Rajasthan)ৰ পৰা জৈছ সন্ত্ৰাসবাদী সংগঠন (Jaish terrorist organization)ৰ সৈতে জড়িত (Involved) হৈ পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ববিতা ঢাকৰ নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ (Woman arrested) কৰা হয়। ৰাজস্থান আৰক্ষীৰ সন্ত্ৰসাববিৰোধী স্কোৱাডে জয়পুৰৰ পৰা ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ চলাই থকাৰ তথ্য গোপন সূত্ৰৰ পৰা লাভ কৰে। সেই তথ্যৰ ভিত্তিত এটিএছে চোৰাংচোৱাগিৰি চলাই থকাৰ সময়ত গংগাপুৰৰ এই মহিলাগৰাকীৰ অৱস্থান লাভ কৰে।

এটিএছৰ সূত্ৰ অনুসৰি, মহিলাগৰাকীৰ গতিবিধি আৰু ফোন ট্ৰেক কৰিবলৈ আৰম্ভ কৰা হয়। পাকিস্তানৰ কেইবাজনো লোকৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আছিল মহিলাগৰাকী। ইয়াৰ পিছতে তালাচী চলাই মহিলাগৰাকীক আত্মগোপন কৰি থকা স্থানৰ পৰা আটক কৰে। আৰক্ষীয়ে জনোৱা মতে, জৈছ সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে তেওঁ জড়িত থকাৰ ইংগিত দিয়া কেইবাটাও প্ৰমাণ পোৱা গৈছে।

jaipur1 | ASSAM TIMES POST
পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ ৰাজস্থানৰ জয়পুৰৰ মহিলা

মহিলাগৰাকীয়ে পাকিস্তানী হেণ্ডলাৰৰ সৈতে নিয়মীয়াকৈ কথা-বতৰা পাতিছিল। ছ’চিয়েল মিডিয়াতো যোগাযোগ ৰাখিছিল তেওঁ। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে মহিলাগৰাকীয়ে পাকিস্তানলৈ চোৰাংভাৱে গুৰুত্বপূৰ্ণ নথি-পত্ৰ সৰবৰাহ কৰিছিল।

ৰাজস্থান এটিএছৰ আৰক্ষী অধীক্ষক মনীষ ত্ৰিপাঠীয়ে জনোৱা মতে, মহিলাগৰাকীৰ ফোনৰ পৰা কেইবাটাও নম্বৰ উদ্ধাৰ কৰা হৈছে, যিবোৰ পাকিস্তানৰ। ববিতাই সেইসকল লোকৰ লগত ৱাটছএপ আৰু অন্যান্য যোগাযোগ এপৰ জৰিয়তে যোগাযোগ ৰাখিছিল। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে মহিলাগৰাকীয়ে দুখন ছীম ব্যৱহাৰ কৰিছিল। আগতে তেওঁ বিদেশী নামেৰে ফেচবুক একাউণ্ট চলাইছিল। এটিএছৰ দাবী যে তেওঁৰ ফেচবুক একাউণ্টত জৈছ সন্ত্ৰাসবাদী সংগঠনটোৰ বহু ছবি আৰু পোষ্ট পোৱা গৈছে। আৰক্ষীৰ সূত্ৰ মতে, কেৱল পাকিস্তানৰ সৈতেই নহয়, আন দেশৰ সৈতেও যোগাযোগ ৰখাৰ কেইবাটাও প্ৰমাণ পোৱা গৈছে। মহিলাগৰাকীক জেৰা কৰি সকলো তথ্য আহৰণৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

Tags: Jaish-e-MohammadConnection
Share4Tweet3Send

Related Posts

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
June 23, 2026
50
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT