ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Earthquake I ১৮২ ঘণ্টা ধ্বংসাৱশেষৰ তলত, তুৰস্কত জীৱন্তে উদ্ধাৰ কিশোৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 14, 2023
Reading Time: 1 min read
A A
0
Earthquake I ১৮২ ঘণ্টা ধ্বংসাৱশেষৰ তলত, তুৰস্কত জীৱন্তে উদ্ধাৰ কিশোৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST
তুৰস্কত (Turkey) ১৮২ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা এজন কিশোৰক জীৱিত অৱস্থাত উদ্ধাৰ (Rescued alive) কৰা হৈছে।তুৰস্কৰ হাটাই প্ৰদেশত সোমবাৰে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয় ১৩ বছৰীয়া কিশোৰজনক। এই উদ্ধাৰ অভিযানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। দক্ষিণ প্ৰদেশ হাটাইত উদ্ধাৰ কৰ্মীয়ে কিশোৰজনক ধ্বংসাৱশেষৰ তলৰ পৰা উলিয়াই অনা দেখা গৈছে। কিশোৰজনক এম্বুলেন্সত ষ্ট্ৰেচাৰত উঠাই লৈ যোৱা হয়।

তুৰস্ক
তুৰস্কত জীৱন্তে উদ্ধাৰ কিশোৰ:

অত্যন্ত ঠাণ্ডাৰ বাবে কিশোৰজনৰ শৰীৰ আৰু মূৰত কম্বল ঢাকি থোৱা হয়।উল্লেখ্য, শেহতীয়াকৈ তুৰস্কৰ দক্ষিণ অঞ্চল আৰু চুবুৰীয়া ৰাষ্ট্ৰ ছিৰিয়াৰ সীমান্ত অঞ্চলত ৭.৮ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প সংঘটিত হয়। সেই অঞ্চলবোৰ এই ভয়াবহ ভূমিকম্পৰ ফলত বিধ্বস্ত হৈ পৰে। বিভিন্ন উদ্ধাৰকাৰী দলে এতিয়াও ধ্বংসাৱশেষৰ তলৰ পৰা আহত বা জীৱিতসকলক উলিয়াই আনিবলৈ উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

RELATED POSTS

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

কিন্তু সময়ৰ লগে লগে জীৱিত যিকোনো ব্যক্তিক উদ্ধাৰ কৰাৰ আশা ম্লান হৈ আহিছে। ইয়াৰ ভিতৰত এই কিশোৰৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। তুৰস্ক আৰু ছিৰিয়াত এই ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়ালৈকে ৩৭ হাজাৰ হৈছেগৈ। ইয়াৰে তুৰস্কত ৩১ হাজাৰ ৬৪৩ জন আৰু ছিৰিয়াত ৫ হাজাৰ ৭৪ জন লোকৰ মৃত্যু হৈছে।

Tags: Turkeyতুৰস্ক
Share4Tweet3Send

Related Posts

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

by News Desk
July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

by News Desk
July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

by Staff Reporter
July 23, 2026
50
ADVERTISEMENT
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT