ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gautam Adani I আদানী সংকটত আদালতৰ প্ৰস্তাৱ

নিউজ ডেস্কঃ

News Desk by News Desk
February 11, 2023
Reading Time: 1 min read
A A
0
Gautam Adani I আদানী সংকটত আদালতৰ প্ৰস্তাৱ

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

উচ্চতম ন্যায়ালয়ে (Suprem Court) আদানী সংকটৰ পিছৰ পৰিণতিৰ ওপৰত চকু ৰাখিবলৈ বিশেষজ্ঞ সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়ায়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে শ্বেয়াৰ বজাৰৰ বিশেষজ্ঞৰ (Stock market experts) বাহিৰে কমিটীৰ এজন ন্যায়াধীশক ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছে। আদানী সংকটৰ বাবে ভাৰতীয় বিনিয়োগকাৰীৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে উচ্চতম ন্যায়ালয়ে এই সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে।

আদানী
আদানী সংকটত আদালতৰ প্ৰস্তাৱ:

আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা ‘হিণ্ডেনবাৰ্গ ৰিচাৰ্চʼ-এ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বুলি পৰিচিত গৌতম আদানী (Gautam Adani)ৰ কোম্পানীটোৰ বিৰুদ্ধে শ্বেয়াৰ মূল্যত হেতালি খেলা আৰু কৰ ফাঁকিকে ধৰি অবৈধ বিত্তীয় লেনদেনৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰক লক্ষ্য কৰি লৈছে বিৰোধীয়ে। অৱশ্যে সকলো অভিযোগ খাৰিজ কৰিছে আদানীয়ে।

এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচুৰে কয়, “এনে পৰিস্থিতিৰ পুনৰাবৃত্তি ৰোধৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নেকি? নীতিগত বিষয়ত আমি হস্তক্ষেপ কৰিব নিবিচাৰো। সেয়া চৰকাৰৰ কাম।”

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “আমি এখন বিশেষজ্ঞ সমিতি গঠনৰ পৰামৰ্শ দিছো। চৰকাৰো এই বিষয়ত আগ্ৰহী হোৱা উচিত। শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা আৰু ভাৰতীয় বিনিয়োগকাৰীৰ স্বাৰ্থ সুৰক্ষাৰ বিষয়ে আমি ছলিচিটৰ জেনেৰেলৰ ওচৰত আমাৰ উদ্বেগ প্ৰকাশ কৰিছো।”

মুখ্য ন্যায়াধীশগৰাকীয়ে জনাই যে ছলিচিটৰ জেনেৰেলে জনাইছে বজাৰ নিয়ন্ত্ৰণ সংস্থা ছেবি-য়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে কাম কৰে। পৰিস্থিতি নিৰীক্ষণ কৰি আছে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “আমি কোনো নিয়ন্ত্ৰণকাৰী সংস্থাৰ সুনাম কলংকিত কৰিব নিবিচাৰো।” ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই জনায় যে ছেবিৰ সৈতে আলোচনা কৰি সোমবাৰে আদালতত প্ৰস্তাৱ আগবঢ়াব।

খবৰ অনুসৰি, আদানীয়ে নিউয়ৰ্কৰ প্ৰধান আইনী পৰামৰ্শদাতা প্ৰতিষ্ঠান ৱাচটেল, লিপটন, ৰোজেন এণ্ড কাটজক নিয়োগ কৰিছে। ইলন মাস্কৰ আইনী পৰামৰ্শদাতা হিচাপে কাম কৰিছিল এই প্ৰতিষ্ঠানটোৱে। সংবাদ মাধ্যমৰ এটা অংশৰ মতে, আদানীয়ে আমেৰিকাৰ ‘হিণ্ডেনবাৰ্গ ৰিচাৰ্চʼৰ বিৰুদ্ধে আইনী ব্যৱস্থা লʼব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: supreme courtউচ্চতম ন্যায়ালয়
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d