ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বনৰীয়া হাতীৰ সন্ত্ৰাসত জৰ্জৰিত মৰঙীবাসীঃ কেচাই পকাই নষ্ট কৰিছে পথাৰৰ ধানঃ কুম্ভ কৰ্নৰ নিদ্ৰাত স্থানীয় বিধায়িকা ৰ’জলীনা তীৰ্কি

ASSAM TIMES POST by ASSAM TIMES POST
November 20, 2019
Reading Time: 1 min read
A A
0
বনৰীয়া হাতীৰ সন্ত্ৰাসত জৰ্জৰিত মৰঙীবাসীঃ কেচাই পকাই নষ্ট কৰিছে পথাৰৰ ধানঃ কুম্ভ কৰ্নৰ নিদ্ৰাত স্থানীয় বিধায়িকা ৰ’জলীনা তীৰ্কি

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Assam Announces Supplementary Exams for Higher Secondary Students

উৎপল দাস, গোলাঘাটঃ বিগত দুমাহ দিনধৰি সমগ্ৰ মৰঙী মৌজাতে বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই থকাৰ পাছতো চৰকাৰ তথা প্ৰশাসনে আজিকোপতি দুখীয়া খেতিয়কৰ কাষত থিয় নোহোৱাৰ অভিযোগ উত্থাপিত কৰিছে মৰঙিবাসীয়ে৷ বিগত দুমাহে হাতীৰ উপদ্ৰৱত জজৰিত দুৰ্ভগীয়া মৰঙীবাসীৰ কাষত এবাৰ থিয় দিবলৈ আহৰি নাপালে বিধায়িকা ৰৌজলীনা তীৰ্কিয়ে৷

19176a70 c824 4139 ab5e e58707973975 | ASSAM TIMES POST

ক’ত হেৰাল স্থানীয় তথা সৰুপথাৰ সমষ্টিৰ বিধায়িকা৷ তাক লৈ ৰাইজৰ মাজত প্ৰশ্ল উত্থাপিত হৈছে৷ উল্লেখযোগ্য যে দুই শতাধিক বনৰীয়া হাতীৰ জাকে কেইবাটাও জাকত বিভক্ত হৈ সমগ্ৰ মৰঙি মৌজাতে শ শ বিঘা ধানখেতি পথাৰ তহিলং কৰিছে। যাৰ বাবে এতিয়া দুখীয়া কৃষকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। ইয়াৰ পাছতো প্ৰশাসনৰ কোনো লোক এই দুৰ্ভগীয়া কৃষক ৰাইজৰ কাষত থিয় নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী৷ অন্যহাতে উক্ত অঞ্চলৰে মুৰফুলনীৰ এদল সচেতন যুৱকে গ্ৰহণ কৰা পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে৷

6e7ff431 752c 46b6 a663 41dbb5bf3c36 | ASSAM TIMES POST

যিসময়ত হাতী-মানুহৰ সংঘাতে তীব্ৰৰূপ ধাৰণ কৰাৰ ফলত মানুহৰ প্ৰাণ হানি হৈছে আৰু বহু পৰিয়াল গৃহহীন হ’বলগা হৈছে৷ ইফালে বন্য জন্তুও মানুহৰ নিশংসতাৰ বলি হৈ মৃত্যুৰ মুখত পৰিবলগা অৱস্থাৰো সৃষ্টি হৈছে। তেনে সময়তে ফলঙনীৰ এচাম যুৱকে বনৰীয়া হাতীৰ বাবে নামবৰ বিজুলী বন্য প্ৰানী অভৰান্যত দুশৰো অধিক কলপুলি ৰোপন কৰি হাতী আৰু মানুহৰ সংঘাতৰ হ্ৰাস কৰাৰ প্ৰয়াস কৰিছে৷ ফলঙনী মুৰফুলনীৰ যুৱকসকলৰ এই মহানুভৱতাক সকলোৱে আদৰণি জনাইছে। উল্লেখ্য যে বগীজান আৰক্ষী থানা আৰু মুৰফুলনী বন বিভাগৰ লোকেও এইক্ষেত্ৰত পুৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা জানিব পৰা গৈছে৷

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT