ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 30, 2023
Reading Time: 1 min read
A A
0
ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!

RELATED POSTS

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

আৰক্ষীৰ গুলীত নিহত হয় ওড়িশাৰ Odisha স্বাস্থ্যমন্ত্ৰী নৱকিশোৰ দাস Nabakishore Das।  হত্যা কৰাৰ অভিযোগত অভিযুক্ত ওড়িশা আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকজন মানসিকভাৱে অসুস্থ। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল। ইয়াৰ পিছতো তেওঁক কিয় পিষ্টল দিয়া হʼল বা কোনো গুৰুত্বপূৰ্ণ আৰক্ষীৰ চকীত ৰখা হʼল, সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।

Nabakishore Das
ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীক গুলীয়াই হত্যা

হত্যাকাৰী আৰক্ষীৰ নাম গোপালক্ৰুষ্ণ দাস। দেওবাৰে বিয়লি ওড়িশাৰ ঝাৰসুগুদা জিলাৰ ব্ৰজৰাজনগৰৰ গান্ধী চʼকৰ সমীপত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত স্বাস্থ্যমন্ত্ৰীগৰাকীক গুলীচালনা কৰে। দুটা গুলী লাগে তেওঁৰ বুকুত। গুৰুতৰভাৱে আহত মন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎস তেওঁক বচাবলৈ বহুত চেষ্টা কৰে। কিন্তু দেওবাৰে সন্ধিয়া চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

স্থানীয় ৰাইজে ধৰে আৰক্ষী জোৱানজনক। পিছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, আৰক্ষী জোৱানজন বাইপোলাৰ ডিছঅৰ্ডাৰত Bipolar Disorder আক্ৰান্ত আছিল। ই এক প্ৰকাৰৰ মানসিক ৰোগ, যাৰ বাবে মন স্থিৰ নাথাকে। খং, বিষাদ আদি আৱেগ সঘনাই সলনি হয়। ৰোগীজন গভীৰ হতাশাত থাকে।

ওড়িশাৰ ব্ৰহ্মপুৰৰ এম কে চি জি মেডিকেল কলেজৰ মনোৰোগ বিভাগৰ মুৰব্বী চন্দ্ৰশেখৰ ত্ৰিপাঠীয়ে কয়, “৮ৰ পৰা ১০ বছৰ পূৰ্বে প্ৰথমে মোৰ ক্লিনিকলৈ গোপালক্ৰুষ্ণ চিকিৎসাৰ বাবে আহিছিল। তেওঁৰ অতি সোনকালে মূৰ গৰম হৈ যায়। তেওঁ চিকিৎসাধীন হৈ আছিল। কিন্তু নিয়মীয়াকৈ ঔষধ খাই আছিলনে নাই নাজানো। নিয়মিতভাৱে ঔষধ সেৱন নকৰিলে ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। যোৱা এবছৰত গোপালক্ৰুষ্ণ মোৰ ক্লিনিকলৈ অহা নাই।”

ব্ৰহ্মপুৰত আৰক্ষী কনিষ্টবল হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল গোপালক্ৰষ্ণই। ১২ বছৰ পূৰ্বে ঝাৰছুগুদালৈ বদলি হৈছিল। তেতিয়াৰ পৰাই তেওঁ তাতেই থাকিল। তাতেই দেওবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ গুলীচালনাত মৃত্যু হয়। গোপালক্ৰুষ্ণৰ হাতত অনুজ্ঞাপত্ৰ থকা পিষ্টল আছিল।

তেওঁৰ পত্নীয়েও স্বীকাৰ কৰে যে মানুহজন মানসিক ৰোগত আক্ৰান্ত হৈ ঔষধ খাই আছিল। কিন্তু গোপালক্ৰুষ্ণ পত্নী আৰু পৰিয়ালৰ লগত নাথাকে। কামৰ বাবে আঁতৰি থাকিবলগা হৈছিল। যাৰ বাবে পত্নীয়ে নিয়মিতভাৱে ঔষধ খাই আছিলনে নাই সেয়া নিশ্চিত নহয়।

আৰক্ষীৰ মতে, দেওবাৰে স্বাস্থ্যমন্ত্ৰীৰ নিৰাপত্তাৰ কামত নিয়োজিত হৈ আছিল আৰক্ষী কৰ্মীগৰাকী। মন্ত্ৰীগৰাকীক আক্ৰমণ কৰা ঠাইৰ পৰা ৫০০ মিটাৰ দূৰত মোবাইল ফোনটো এৰি থৈ যায়। গোপালক্ৰষ্ণক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ওড়িশা
Share4Tweet3Send

Related Posts

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

by News Desk
September 24, 2026
52
ADVERTISEMENT
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026
50
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d