ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেশত এনআৰচি উন্নীতকৰণৰ পোষকতাৰে অসমত নতুন এনআৰচিৰ ইংগিত অমিত শ্বাহৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 20, 2019
Reading Time: 1 min read
A A
0
দেশত এনআৰচি উন্নীতকৰণৰ পোষকতাৰে অসমত নতুন এনআৰচিৰ ইংগিত অমিত শ্বাহৰ

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

নতুন দিল্লীঃ অসমত উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পোৱাৰ পাছত ৰাষ্ট্ৰজুৰি এনআৰচি উন্নীতকৰণৰ কথা মঙলবাৰে ৰাজ্যসভাত ঘোষণা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। তেওঁ কয় যে ইয়াকে লৈ কোনো লোকেই তেওঁ কি ধৰ্মৰ সেই কথা চিন্তা কৰিব নালাগে। যিসকল লোকৰ নাম এনআৰচিৰপৰা বাদ পৰিব, তেওঁলোকে তহচিল পৰ্যায়ত গঠিত ন্যায়াধীকৰণত আবেদন কৰিব পাৰিব। অসম চৰকাৰে এনআৰচিত নাম বাদ পৰা লোকসকলক আৱেদন দাখিল কৰিবলৈ বিত্তীয় সাহায্য আগবঢ়াব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। শ্বাহৰ এই মন্তব্যই ভৱিষ্যতে যে অসমত এনআৰচি উন্নীতকৰণৰ কাম পুনৰ আৰম্ভ হ’ব, তাৰে সম্ভাৱনা প্ৰকট কৰিলে। এনআৰচিৰপৰা বাদ পৰা সকলক উকীল ধৰিবলৈও চৰকাৰে অৰ্থৰ যোগান ধৰিব বুলি তেওঁ কয়।

Tags: Featured2
Share4Tweet3Send

Related Posts

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

by Staff Reporter
June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

by Staff Reporter
June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ
National-International

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT