ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰহস্যজনকভাৱে উদ্ধাৰ পিএচি জোৱানৰ মৃতদেহঃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 22, 2023
Reading Time: 1 min read
A A
0
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰহস্যজনকভাৱে উদ্ধাৰ পিএচি জোৱানৰ মৃতদেহঃ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:

উত্তৰ প্ৰদেশ Uttar Pradesh ৰ লক্ষ্ণৌত Lakhnau ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী জোৱানৰ গুলীবিদ্ধ মৃতদেহ। এই সপ্তাহত অৰ্থাৎ ২৬ জানুৱাৰীত বিয়া ঠিক হৈ আছিল জোৱান গৰাকীৰ। ইতিমধ্যে তেওঁৰ পৰিয়াল বিয়াৰ যা-যোগাৰত ব্যস্ত হৈ থকাৰ লগতে দুই-এদিনতে চুটি লৈ ঘৰলৈ যোৱাৰ কথা আছিল পিএচিৰ জোৱানগৰাকী। জোৱান গৰাকীৰ নাম বিপিন কুমাৰ Bipin Kumar।

Bipin Kumar
ৰহস্যজনকভাৱে উদ্ধাৰ বিপিন কুমাৰৰ গুলীবিদ্ধ মৃতদেহ

২০২১ বৰ্ষৰ পৰা কৰ্মৰত পিএচি জোৱান বিপিন কুমাৰে শুকুৰবাৰে মুখ্যমন্ত্ৰী আৱাসত নিজ কৰ্তব্য সম্পাদন কৰি সন্ধিয়া ৬ বজাত পিএচি বাহনেৰে ৰামাবাইত থকা কেম্পলৈ উভতিছিল যদিও সুস্থ শৰীৰে তেওঁ আহিব নোৱাৰিলে। বাহনখনতেই গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ হ’ল জোৱান বিপিন কুমাৰৰ মৃতদেহ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ সমান্তৰালকৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।জোৱানজনৰ এনে আকস্মিক আৰু ৰহস্যজনক মৃত্যুক শোকাহত হৈ পৰিছে পৰিয়াল।

ADVERTISEMENT

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: উত্তৰ প্ৰদেশ
Share4Tweet3Send

Related Posts

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০
National-International

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

by News Desk
January 30, 2023
50
ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:
National-International

ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

by News Desk
January 30, 2023
50
২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:
National-International

২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:

by News Desk
January 30, 2023
50
‘চৰকাৰৰ ভাল কাম সকলোকে দেখুৱাওক’, নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসকলক পৰামৰ্শ মোদীৰ
National-International

‘চৰকাৰৰ ভাল কাম সকলোকে দেখুৱাওক’, নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসকলক পৰামৰ্শ মোদীৰ

by Staff Reporter
January 30, 2023
50
ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!
National-International

ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!

by Staff Reporter
January 30, 2023
50
সপ্তম স্থানলৈ গতি কৰিলে গৌতম আদানীঃ যাব নেকি দেশ এৰি?
NORTHEAST

সপ্তম স্থানলৈ গতি কৰিলে গৌতম আদানীঃ যাব নেকি দেশ এৰি?

by Staff Reporter
January 29, 2023
59
ADVERTISEMENT
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023
50
“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:
Assam

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: