ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিকাশ বৃদ্ধিৰ লক্ষ্যত কেন্দ্ৰ-ৰাজ্য সমন্বয়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 7, 2023
Reading Time: 1 min read
A A
0
বিকাশ বৃদ্ধিৰ লক্ষ্যত কেন্দ্ৰ-ৰাজ্য সমন্বয়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Narendra Modi সকলো ৰাজ্যকে দেশৰ দ্ৰুত আৰু সৰ্বাংগীন, স্থায়ী অৰ্থনৈতিক বিকাশৰ লক্ষ্য লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। আজি দেশৰ সকলো ৰাজ্যৰ মুখ্য সচিবসকলৰ বৈঠকত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত পাৰস্পৰিক সহযোগিতাৰ নীতি অনুসৰণ কৰি নতুন ভাৰত গঢ়াৰ বাবে কেন্দ্ৰৰ বিভিন্ন মন্ত্ৰালয়ৰ লগত খোজ মিলাবলৈ ৰাজ্যসমূহক অনুৰোধ জনায়।

নৰেন্দ্ৰ মোদী
কেন্দ্ৰ-ৰাজ্য সমন্বয়ৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব

যোৱা বছৰ প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনাইছিল দেশৰ মুখ্য সচিবৰ প্ৰথমখন বৈঠক, ধৰ্মশালাত। এইবাৰ নতুন দিল্লীত অনুষ্ঠিত হৈছে বৈঠক। এই বৈঠকত আলোচনা কৰা বিষয়সমূহ হʼল ক্ষুদ্ৰ, কুটিৰ আৰু মজলীয়া উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া।

আন্তঃগাঁথনিগত বিনিয়োগ, বিনিয়োগৰ বিষয়সমূহৰ শিথিল কৰা, মহিলা সৱলীকৰণ, স্বাস্থ্য আৰু পুষ্টি আৰু দক্ষতা বিকাশ।

সূত্ৰ মতে, বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰা, একাধিক ৰাজ্যৰ সৈতে জড়িত আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ভূমি অধিগ্ৰহণৰ সমস্যাসমূহ আঁতৰোৱা আৰু উদীয়মান সমস্যাসমূহ নতুন ধৰণে সমাধান কৰাত গুৰুত্ব আৰোপ কৰে। মুখ্য সচিবসকলে তেওঁলোকৰ পূৰ্বৰ বৈঠকত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

কিন্তু দেশৰ বিত্তীয় বৃদ্ধিৰ হাৰ এতিয়াও ৭ শতাংশতকৈ কম। স্বাধীনতাৰ এশ বছৰৰ ভিতৰত উচ্চ আয়ৰ দেশৰ তালিকাত প্ৰৱেশ কৰিবলৈ ৮ৰ পৰা ৮.৫ শতাংশ বৃদ্ধিৰ হাৰৰ প্ৰয়োজন। সেইখিনি লাভ কৰিবলৈ আন্তঃগাঁথনি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, কৃষি, দক্ষ শ্ৰমিকৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। যিটো কেৱল কেন্দ্ৰই কৰিব নোৱাৰে।

গতিকে ৰাজ্যসমূহক নিজৰ পক্ষত ৰখাৰ উদ্যোগ কেন্দ্ৰৰ। আজিৰ বৈঠক সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, “বিভিন্ন গুৰুত্বপূৰ্ণ নীতি সন্দৰ্ভত আমাৰ মতামত প্ৰকাশৰ বাবে এয়া আদৰ্শ মঞ্চ।” সূত্ৰ অনুসৰি, মোদী চৰকাৰে পৰৱৰ্তী লোকসভাৰ পূৰ্বে বৈঠকত উত্থাপন হʼবলগীয়া বিষয়সমূহৰ স্পষ্ট ৰূপৰেখা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে।ড়

Tags: প্ৰধানমন্ত্ৰী
Share4Tweet3Send

Related Posts

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT