ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বালাজী মন্দিৰত সেৱাৰে মুখ্য ন্যায়াধীশৰ দায়িত্বৰপৰা অৱসৰ ল’লে ৰঞ্জন গগৈয়ে

ASSAM TIMES POST by ASSAM TIMES POST
November 17, 2019
Reading Time: 1 min read
A A
0
বালাজী মন্দিৰত সেৱাৰে মুখ্য ন্যায়াধীশৰ দায়িত্বৰপৰা অৱসৰ ল’লে ৰঞ্জন গগৈয়ে

logo atp | ASSAM TIMES POST ASSAM TIMES POST
তিৰুমালাঃ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেওবাৰে আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ এই দিনটোত তেওঁ পুৱাতে উপস্থিত হয়গৈ অন্ধ্ৰ প্ৰদেশৰ তিৰুমালা জিলাস্থিত বালাজী মন্দিৰত। তেওঁৰ পত্নী ৰূপাঞ্জলি গগৈ আৰু পৰিয়ালৰ অন্যান্যসকলক লগত লৈ গগৈয়ে প্ৰাৰ্থনা কৰে। ইয়াতে তেওঁ কেইবাজনো আধ্যাত্মিক গুৰুৰ সৈতে বাৰ্তালাপো কৰে। উল্লেখযোগ্য যে গত ১৫ নৱেম্বৰত গগৈক বাৰ এছ’চিয়েচনে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাইছিল। সেই দিনটো আছিল তেওঁৰ অন্তিমটো কৰ্ম দিন। প্ৰসংগক্ৰমে, ২০১৮ চনৰ ৩ অক্টোবৰত তেওঁ দেশৰ মুখ্য ন্যায়াধীশৰ আসনখনত অধিষ্ঠিত হৈছিল।

RELATED POSTS

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

Tags: Featured
Share5Tweet3Send

Related Posts

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

by News Desk
June 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

by Staff Reporter
June 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

by Staff Reporter
June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

by Staff Reporter
June 25, 2026
50
ADVERTISEMENT
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
50
Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

June 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

June 25, 2026
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT