![]()
২০২২ চনৰ সাহিত্যিক পেঞ্চন (Literary Pension) ঘোষণা অসম চৰকাৰ (assam govt.)ৰ। এইবাৰ ৰাজ্যৰ মুঠ ২৩ গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে সাহিত্যিক পেঞ্চন। সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আগবঢ়োৱা হৈছে এই সাহিত্যিক পেঞ্চন।

এইবাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছে :
তৰুণ বৰ্মন (কামৰূপ মেট্ৰ’)
আনন্দৰাম ৱাৰী (বাক্সা)
অশোক কুমাৰ বৰ্মা (কাছাৰ)
ৰতীশ দাস (হোজাই)
শৈলেন ভট্টাচাৰ্য (কামৰূপ মেট্ৰ’)
ৰত্নেশ্বৰ নাৰ্জাৰী (কাৰ্বি আংলং)
মনোমতী কুর্মী (শোণিতপুৰ)
পৰাণ কুমাৰ বৰুৱা (নগাঁও)
শ্ৰুতি কুমাৰ সিং (হোজাই)
ডঃ বসন্ত কুমাৰ শৰ্মা (বজালী)
ডঃ বিদ্যশ্বৰ দলে (ধেমাজি)
ডঃ ভাৰতী দত্ত (ডিব্ৰুগড়)
প্ৰকাশ চন্দ্ৰ ৰাভা (গোৱালপাৰা)
নিজৰা বৰঠাকুৰ (গোলাঘাট)
দেৱপ্ৰসাদ তালুকদাৰ (কামৰূপ মেট্ৰ’)
ডঃ জয়ন্ত কুমাৰ গোস্বামী (কামৰূপ মেট্ৰ’)
ডঃ মলয়া খাউণ্ড (কামৰূপ মেট্ৰ’)
ধীৰেন্দ্ৰ তালুকদাৰ (বজালী)
বিপুল চন্দ্ৰ ভট্টাচাৰ্য (নগাঁও)
শিশিৰ সেনগুপ্তা (কামৰূপ মেট্ৰ’)
পৰী ৰংপি (কাৰ্বি আংলং)
ৰফিকুল হুছেইন (গোলাঘাট)
অচ্যুতানন্দ দেৱ গোস্বামী (বিশ্বনাথ)













