ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

আজি নৰেন্দ্ৰ মোদী-শ্বাহৰ ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ৮৯টা সমষ্টিৰ ৭৮৮জন প্ৰাৰ্থীৰ ভাগ্য

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 1, 2022
Reading Time: 1 min read
A A
0
আজি নৰেন্দ্ৰ মোদী-শ্বাহৰ ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ৮৯টা সমষ্টিৰ ৭৮৮জন প্ৰাৰ্থীৰ ভাগ্য

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচন। ১৮২টা সমষ্টিৰ ভিতৰত কুচ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট জিলাৰ ৮৯টা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। য’ত ৭৮৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হʼব।

গুজৰাটৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ১৪,৩৮২টা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হʼব। মোদী-শ্বাহ ৰাজ্যৰ ৪ কোটি ৯১ হাজাৰ ভোটাৰৰ ভিতৰত ২ কোটি ৩৯ লাখ লোকে প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিব।

মোদী-শ্বাহপ্ৰথম পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা (জামনগৰ-উত্তৰ, বিজেপি), প্ৰাক্তন বিৰোধী নেতা পৰেশ ধনানী (আমৰেলী, কংগ্ৰেছ), ‘গডমাদাৰ’ সন্তকবেনৰ পুত্ৰ আৰু ‘বাহুবলীʼৰ বিদায়ী বিধায়ক কন্ধল জাদেজা (কুটিয়ানা) আৰু আম আদমি পাৰ্টিৰ (আপ) ‘মুখ্যমন্ত্ৰী’ প্ৰাৰ্থী তথা টিভি উপস্থাপক ইছুদন ঘৰবী (খাম্বলিয়া)।

২০১৭ চনৰ বিধানসভা নিৰ্বাচনত এই ৮৯খন আসনৰ ভিতৰত ৪৮খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে ৪০টাত জয়লাভ কৰে। পিছত কেইবাজনো কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰে। এইবাৰ ভোটৰ যুঁজ ত্ৰিকোণীয়া। কংগ্ৰেছ আৰু বিজেপিৰ সমান্তৰালভাৱে অৰবিন্দ কেজৰিৱালৰ আপ।

শেহতীয়াকৈ চুৰাটকে ধৰি একাংশ চহৰৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ পিছতে আপে দ্বিতীয় স্থান লাভ কৰিছে। এই নিৰ্বাচনত কেজৰিৱালে সমগ্ৰ গুজৰাটত ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছিল। তেওঁ দাবী কৰে যে বিধানসভা নিৰ্বাচনতো বিজেপিৰ মূল যুঁজ আপৰ সৈতে হʼব।
উল্লেখ্য, ২০১৭ চনৰ গুজৰাটত বিধানসভা নিৰ্বাচনত ৯৯খন আসন লাভ কৰি একেৰাহে পঞ্চমবাৰৰ বাবে বিজেপিয়ে ক্ষমতালৈ আহিছিল। কিন্তু ১৯৯০ চনৰ পিছত বিজেপিয়ে সৰ্বনিম্ন সংখ্যক আসন লাভ কৰিছিল।

আনহাতে, ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৭৭খন আসন লাভ কৰি বহু ৰাজনৈতিক বিশ্লেষকক আচৰিত কৰি তুলিছিল। নিৰ্দলীয় আৰু আনসকলে ৬খন আসন লাভ কৰে। এইবাৰ ষষ্ঠবাৰৰ বাবে ক্ষমতালৈ ঘূৰি অহাৰ বাবে আশাবাদী পদ্ম-শিবিৰ।

Tags: নৰেন্দ্ৰ মোদী
Share4Tweet3Send

Related Posts

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

ADVERTISEMENT
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান
National-International

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT