ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত ‘সম্প্ৰীতি অসম’ ৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ষপুতি অনুষ্ঠান সম্পন্ন : আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ আলোচনা এতিয়াও অন্তিম পৰ্যায়ত অহা নাইঃ অনুপ চেতিয়া

ASSAM TIMES POST by ASSAM TIMES POST
November 12, 2019
Reading Time: 1 min read
A A
0
নগাঁৱত ‘সম্প্ৰীতি অসম’ ৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ষপুতি অনুষ্ঠান সম্পন্ন : আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ আলোচনা এতিয়াও অন্তিম পৰ্যায়ত অহা নাইঃ অনুপ চেতিয়া

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

নগাঁও: সংযুক্ত মুক্তি বাহিনী অসম(আলফা) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা আলোচনা ফলপ্ৰসু হব নে নহব ইয়াক লৈ ৰাইজৰ মাজত সন্দেহৰ বাতাবৰণ সৃষ্টি হোৱাৰ সময়তে আজি নগাঁৱত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ আলোচনা এতিয়াও অন্তিম পৰ্যায়ত অহা নাই বুলি মন্তব্য কৰে। ‘সম্প্ৰীতি অসম’ ৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ষপুতি অনুষ্ঠানত অংশগ্ৰহন কৰিবলৈ আহি সাংবাদিকৰ আগত অনুপ চেতিয়াই কয় যে অসম ভাৰত সংঘাত দূৰ কৰিবৰ বাবে ভাৰত চৰকাৰৰ লগত আলফাৰ ২০১১ চনৰ পৰাই আলোচনা চলি আছে। কিছু দিন পূৰ্বেই আলফা – চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী এ বি মাথুৰে ঘোষনা কৰিছিল যে, দুমাহৰ ভিতৰত আলফা – চৰকাৰৰ মাজত চুক্তি হব।আলোচনাত আমাৰ লগতে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে অংশ গ্ৰহণ কৰিছিল। অসমীয়া খিলঞ্জীয়া লোকৰ সংবিধানিক অধিকাৰ, ভূমিৰ অধিকাৰ নিশ্চিত কৰা আৰু ভবিষ্যতে যাতে আমি নিজক লৈ শংকিত হব লগা নহয় তাৰ প্ৰতি আলোচনাত সৰ্বাধিক গুৰুত্ব দিয়াৰ পোষকতা কৰিছো।আলফা নেতা অনুপ চেতিয়াই কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৭ নং দফা ৰূপায়নৰ বাবে গঠন কৰি দিয়া ১৪ জনীয়া উচ্চ স্তৰীয় সমিতিৰ সম্পৰ্কত কয় যে

WhatsApp Image 2019 11 12 at 7.40.48 PM e1573569727104 | ASSAM TIMES POST

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন হোৱা এই সমিতিয়ে দিব লগা প্ৰতিবেদনৰ ওপৰতে অসমীয় খিলঞ্জীয়া জনসাধাৰণৰ বহুখিনি কথা নিৰ্ভৰ কৰিব।উচ্চ সমিতি খনৰ প্ৰতিবেদন অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সমূহৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব। তেতিয়াহে আলফাই এই প্ৰতিবেদন গ্ৰহন কৰিব। যদি এই প্ৰতিবেদন আমাৰ মন:পুত নহয় বা অসমৰ জাতি জনগোষ্ঠীৰ মন:পুত নহয় তেতিয়া আমি এই প্ৰতিবেদন গ্ৰহন নকৰো আৰু অসমৰ জাতি জনগোষ্ঠী সমূহেও ইয়াক গ্ৰহন নকৰে । নগা চুক্তি সন্দৰ্ভত আলফা নেতা গৰাকীয়ে কয় যে আমাৰ লগতো মধ্যস্থতাকাৰীয়ে দুমাহৰ ভিতৰত আলোচনা সম্পন্ন হব বুলি ঘোষণা কৰিছিল যদিও সেইয়া হৈ নুঠিল।

সেইদৰে নগা সংগঠনৰ লগতো ৩০ অক্টোবৰৰ ভিতৰত চুক্তি সম্পন্ন হব বুলি ঘোষণা কৰিছিল। কিন্ত সেয়া হৈ নুঠিল। কিমান দিনত হয় সেয়া এতিয়াও নিশ্চিত নহয়। চেতিয়াই ‘সম্প্ৰীতি অসম’ৰ উদ্দেশ্যে ব্যাখ্যা কৰি কয় যে – ২০১৮ চনৰ ১ নবেম্বৰত ঢলাত ৫ জন নিৰীহক দুস্কৃতিকাৰীয়ে হত্যা কৰিছিল। সেই সময়ত অসমত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। একাংশ স্বাৰ্থান্বেষী মহলে অসমত এক কলুষিত বাতাবৰণৰ সৃষ্টি কৰিব বিচাৰিছিল। সেই সময়তেই আমি অসমবাসীৰ মাজত শান্তি সম্প্ৰীতি, সদ ভাব বৰ্তাই ৰাখিবৰ বাবে ‘সম্প্ৰীতি অসম’ নামৰ সংগঠনৰ জন্ম দিছিলো। আজি সংগঠনটোৱে এবছৰ পূৰ্ণ কৰিলে। ইতিমধ্যে আমি অসমৰ ৫ খন জিলাত এই সংগঠনটোৰ সমিতি গঠন কৰিছো। চলিত বৰ্ষত অসমৰ আটাইকেইখন জিলাতে এই সংগঠনৰ জিলা সমিতি গঠন কৰা হব।

তেওঁ লগতে কয় : হিন্দুৱেই হওঁক, বা মুছলমানেই হওঁক সকলো ভাৰতীয়। বিহাৰী, মাৰোৱাৰী, খ্ৰীষ্টান, জৈন, শিখ আদি সকলোকে সামৰি এখন মজিয়াৰ তলত আনি অসমত শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে।ইপিনে আলফা সভাপতি অৰবিন্দ ৰাজখোৱাই কয় যে আমি শান্তি বিচাৰো অসমত শান্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিম।হয়বৰগাঁও বাঙালী পূজাবাৰী তথা নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘সম্প্ৰীতি অসম’ৰ বৰ্ষপুতি অনুষ্ঠানত বিশিষ্ট অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী অৰূপ বৰবৰা,শিল্পী পুলক বেনাৰ্জী,বিশিষ্ট শিক্ষাবিদ জ্যোতিৰ্ময় জানা,ভূত্তত্ববিদ মানিক কৰকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx